• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ মন্ত্ৰী বিধায়ক বৰ্তমান টুৰিষ্ট গাইডলৈ পৰিণত হৈছেঃ ভূপেন বৰা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in ৰাজনীতি, অসম
1 min read
0
নিজৰ পিতৃৰ আত্মাক আঘাত দিছে পীয়ুষ হাজৰিকাইঃ ভূপেন বৰা
Share on FacebookShare on Twitter

অসমৰ মন্ত্ৰী-বিধায়ক বৰ্তমান টুৰিষ্ট গাইডলৈ পৰিণত হৈছে। তেওঁলোকে বিসম্বাদী বিধায়কক সেৱা শুশ্ৰষা কৰাত ব্যস্ত।মহাৰাষ্ট্ৰৰ বিসম্বাদী ৪০ বিধায়কক গুৱাহাটীত বাহৰ পতাৰ সন্দৰ্ভত এই মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এনে কাৰ্যক ৰাজনীতিৰ ভণ্ডামি বুলি উল্লেখ কৰি বৰাই কয় এয়া হৈছে ৰাজনীতিৰ চুৰি। এনেবোৰ কাৰ্যৰ সৈতে এখন চৰাকৰক মান সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে। এতিয়া প্ৰত্যক্ষভাৱে মহাৰাষ্ট্ৰৰ সৈতে আমাৰ সম্পৰ্ক বেয়া হ’ব।

অসম বানপানীত ডূবি থকাৰ সময়ত অসমৰ বন্যাৰ্তৰ খবৰ ল’বলৈ আহিব লাগিছিল কোনোবা কেন্দ্ৰীয় মন্ত্ৰী , কিন্তু আহিল বিসম্বাদী বিধায়ক।তেওঁলোক আশ্ৰয় আৰু আতিথ্য দিয়াত ব্যস্ত চৰকাৰ। বন্যাৰ্তক বান সাহায্য দিয়াৰ সলনি এইবোৰ কামত ব্যস্ত হৈছে হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰ। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি হ’ব পাৰে বুলিও মন্তব্য কৰে ভূপেন বৰাই।

Previous Post

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাৎ কৰি’ব!

Next Post

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

প্ৰত্যেক সমষ্টিতে হ’ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

শিক্ষকতালৈ পিঠি শিক্ষকৰঃ শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত আছে কাৰ কাৰ নাম?

মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

মহাৰাষ্ট্ৰত মহাসংকটঃ ক'ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8