১০ মে’ত উদযাপন কৰা হ’ব অসম আৰক্ষীৰ ‘ৰাষ্ট্ৰপতি বৰণ সন্মান‘ৰ গৌৰৱময় কাৰ্যসূচী। ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে কৰিছে জাতীয় সংহতি বাইক ৰেলী। ডিজিপি ভাস্কৰজ্যোতি মহন্তক, আইপিএছ আনন্দ মিশ্ৰকে ধৰি কেইবাগৰাকীও আৰক্ষীয়ে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে।
ধুবুৰীৰ অসম বংগ সীমান্তৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী শদিয়ালৈকে চলিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ অৰ্থে উলিওৱা হৈছে এই বাইক ৰেলী।