• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in ৰাজনীতি, অসম
1 min read
0
কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাই যোৱা ৭ ছেপ্তেম্বৰৰ পৰা আজি ১০০ দিন অতিক্ৰম কৰিলে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ১৪ খন ৰাজ্যৰ ১৫০ দিনৰ ৩৫০০ কিলোমিটাৰ ভাৰত জড়ো যাত্ৰাৰ নেতৃত্ব দিছে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে। এই যাত্ৰাত ৰাহুল গান্ধীৰ লগত ১১৯ জনীয়া টীমত ভাৰত যাত্ৰী হিচাবে যাত্ৰা কৰি আছে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ তথা পলাশবাৰী সমষ্টিৰ বিকাশ নাথ যোগীয়ে। অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীয়ে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ ৮ ৰাজ্যৰ ৪৩ খন জিলাত প্ৰায় ২৮৫০ কিলোমিটাৰ খোজ কাঢ়িলে।

ভাৰত জোড়ো যাত্ৰাই তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰি কেৰেলা, কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পিছত আজি ৰাজস্থানৰ জয়পুৰত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীৰ লগত লাখ লাখ মানুহে এই যাত্ৰাত সংগ দিছে। প্ৰাক্তন সৈনিক, অভিনেত্ৰী পূজা ভট্ট, প্ৰাক্তন ক্ৰিকেটাৰ আজাহৰ উদ্দিন, প্ৰখ্যাত অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক অমল পালেকৰ, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ দৰে বহু চিনাকি ব্যক্তিয়ে ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে। এই যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি গৈছে অসমৰ বিকাশ নাথ যোগীয়ে। অহা বছৰৰ ২৬ জানুৱাৰীত কাশ্মীৰত ভাৰত জড়ো যাত্ৰাৰ সামৰণি পৰিব।

এই যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে অংশীদাৰ হোৱাত বিকাশ নাথ যোগীক শুভেচ্ছা জনাইছে বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, উপ-সভাপতি নৱজ্যোতি তালুকদাৰ, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম ৰাজ্যিক NSUIৰ সভাপতি কৃষাণু বৰুৱা আৰু NSUIৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চল NSUIৰ তত্বাৱধায়ক অনুশেষ শৰ্মাই।

Previous Post

ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

Next Post

শৰাইঘাট সৰোবৰত নিৰ্মাণ হ’ব নেভেল জেট্টি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
শৰাইঘাট সৰোবৰত নিৰ্মাণ হ’ব নেভেল জেট্টি

শৰাইঘাট সৰোবৰত নিৰ্মাণ হ'ব নেভেল জেট্টি

৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8