• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 7, 2022
in ৰাজনীতি, অসম
1 min read
0
মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
Share on FacebookShare on Twitter

মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে আৰু মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰাৰ দাবীত আজি অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদী ধৰ্ণা কৰাৰ লগতে গণস্বাক্ষৰ সংগ্ৰহ অভিযান চলায়।

মহানগৰীৰ পল্টন বজাৰত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম অসম তৃণমূল মহিলা কংগ্ৰেছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ গৈ উক্ত দাবীৰ সমৰ্থনত স্বাক্ষৰ সংগ্ৰহ কৰে।

উল্লেখ্য জনতাৰ স্বাক্ষৰসম্বলিত এক স্মাৰকপত্ৰ অসমৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হ’ব। প্ৰতিবাদকাৰীসকলে ‘আকাশলংঘী মূল্যবৃদ্ধি বন্ধ কৰক,’ ‘পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক’, ‘মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰক’ আদি শ্লোগানেৰে প্ৰতিবাদ কৰে। সভাপতি ৰিপুণ বৰাই কয় যে অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ আকাশলংঘী মূল্যবৃদ্ধিত ইতিমধ্যে বিপৰ্যস্ত জনতা। ইয়াৰ লগতে ইটোৰ পাছত সিটো কৰ জাপি কৰি জীৱন দুৰ্বিসহ কৰি তুলিছে শাসকীয় চৰকাৰখনে।

Previous Post

ধাৰাপুৰত কৃষকৰ মাজত ৰবিশস্যৰ বীজ বিতৰণ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিজেপিৰ হ’ব বৃহৎ জয়লাভ কৰিব!

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিজেপিৰ হ'ব বৃহৎ জয়লাভ কৰিব!

ৰাজ্য চৰকাৰে বিলুপ্তি কৰিব প্ৰায় ৮০০০ চাকৰি!

ৰাজ্য চৰকাৰে বিলুপ্তি কৰিব প্ৰায় ৮০০০ চাকৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8