• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঘোষিত হ’ল অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2023
in ৰাজনীতি, অসম, সংস্কৃতি, সাহিত্য
1 min read
0
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী আচৰণ বিধি উলংঘণ! তদন্তৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হয় অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বঁটাসমূহ ঘোষণা কৰে। তলত সৱিশেষ উল্লখ কৰা হ’ল-

অসম বৈভৱ – ডাঃ তপন শইকীয়া । (শইকীয়া দিশিকা ফাউণ্ডেচনৰ অন্যতম পৃষ্ঠপোষক ।তেওঁ অসম আৰু উত্তৰ-পূব ৰাজ্যসমূহত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়াইছে।

অসম সৌৰভ- কৃষ্ণ ৰয় । তেওঁক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।তেওঁ আৱাহন থিয়েটাৰৰ প্ৰযোজক।

অসম সৌৰভ- গিলবাৰ্ট চাংমা । খেলৰ ক্ষেত্ৰখনত আগবঢোৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ- নয়নমণি শইকীয়া। খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ- ড০ বিনজয় কুমাৰ শইকীয়া। (বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ- শশীধৰ ফুকন । স্বাস্থ্য আৰু সমাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- অতুল চন্দ্ৰ বৰুৱা । সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ – কল্যানী ৰাজবংশী। উদ্যোগপতি গৰাকীলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- চিলা গোৱালা। তেওঁ এগৰাকী আশা কৰ্মী। ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ড০ যোগেশ দেউৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ড০ পংকজ লাল গগৈ। উদ্যোগপতি গৰাকীলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ – সৰ্বেশ্বৰ বসুমতাৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- মনথাং হমাৰ। কৃষি ক্ষেত্ৰলৈ অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ড০ ধ্ৰুৱজ্যোতি শৰ্মা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- দয়াল গোস্বামী। সত্ৰীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ধৃতিমালা ডেকা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- দেৱজিত বৰ্মন। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- ৰুস্তম বসুমতাৰী। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- মাঞ্জে লা। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- বিনন্দ হাতীবৰুৱা। পৰিবেশ আৰু বন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- ড০ চৈয়দ ইফটিকাৰ আহমেদ।এইডচ আৰু ড্ৰাগছ বিৰোধী সজাগতা মূলক কাম কাজৰ বাবে এই বঁটা।

Previous Post

মহানগৰীত জব্দ প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

গুৱাহাটী মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড

সময়ত মাছুল নিদিলে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা!

সময়ত মাছুল নিদিলে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8