• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমীয়াৰ মৰমে ৰাষ্ট্ৰপতিক টানে অসমলৈ!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 4, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
অসমীয়াৰ মৰমে ৰাষ্ট্ৰপতিক টানে অসমলৈ!
Share on FacebookShare on Twitter

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনৰ মুলকি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিভূত হৈ পৰিল। তেওঁ সভাত ৰাইজৰ হেঁপাহ আৰু মৰম দেখি আনন্দিত হোৱাৰ লগতে ইয়াৰ বাবে বড়ো ৰাইজক প্ৰশংসাও কৰে। উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনত অসমৰ উপৰিও চুবুৰীয়া বাংলাদেশ আৰু নেপালৰ বড়ো লোক সকলেও ইয়াত অংশগ্ৰহণ কৰাৰ বাবে শলাগ লয়। নিজৰ ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, অসমৰ লোকৰ মৰমৰ বাবেই বাৰে বাৰে অসমলৈ আহিবলৈ মন যায়।

আনহাতে সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো ভাষা আৰু জনগোষ্ঠীটোৰ বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ বড়ো সাহিত্য সভাক ৫ কোটি টকা অনুদান আগবঢ়োৱাৰ লগতে প্ৰতিখন জিলাতে বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে। আগন্তুক তিনি বছৰৰ ভিতৰত প্ৰতিখন জিলাতে নিৰ্মাণ কৰি উলিওৱা হ’ব এই কাৰ্যালয়সমূহ। ইয়াৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰিব ৫০ লাখকৈ টকা। ইফালে একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যন্ত বড়ো মাধ্যম সম্প্ৰসাৰিত কৰাৰ লগতে স্নাতক আৰুো স্নাতকোত্তৰ পৰ্যায়তো বড়ো ভাষা অন্তৰ্ভুক্ত কৰাৰ কথাও ঘোষণা কৰে।

ইফালে পূৰ্বে অসম ভ্ৰমণ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাত এলিভেটড কৰিডৰ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰাষ্ট্ৰপতিৰ সেই পৰামৰ্শক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত আলোচনা কৰি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে।
উল্লেখ্য যে তামুলপুৰৰ কচুবাৰীৰ গৌজন পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৰাজ্যপাল জগদীশ মুখী, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত্‍ দৈমাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

Previous Post

৯ মে’ত ইউক্ৰেইনৰ বিৰুদ্ধে ‘যুদ্ধ ঘোষণা’ কৰিব পাৰে ৰাছিয়াই

Next Post

নৰনাৰায়ণ সেঁতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা সংকটজনক

Related Posts

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
শিক্ষা

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

June 6, 2023
বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা
ৰাজনীতি

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

June 6, 2023
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান
ৰাজনীতি

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

June 6, 2023
চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ
অসম

চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ

June 6, 2023
Next Post
নৰনাৰায়ণ সেঁতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা সংকটজনক

নৰনাৰায়ণ সেঁতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা সংকটজনক

বৰপেটাত খিলঞ্জীয়া আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

বৰপেটাত খিলঞ্জীয়া আৰু বংগীয় মুছলমানৰ মাজত সংঘৰ্ষ

আজিৰে পৰা বজাৰত নিষিদ্ধ গাহৰি মাংস

আজিৰে পৰা বজাৰত নিষিদ্ধ গাহৰি মাংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8