• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি ত্ৰিপুৰাত বিধানসভাৰ উপ–নিৰ্বাচন

১ লাখ ৮৯ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ২২ প্ৰাৰ্থীৰ ভাগ্য

নিউজ ডেস্ক by নিউজ ডেস্ক
June 23, 2022
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
সময়মতেই অনুষ্ঠিত হ’ব নিৰ্বাচন : পালন কৰা হ’ব সকলো কোভিড বিধি
Share on FacebookShare on Twitter

আজি ত্ৰিপুৰাত উপ–নিৰ্বাচন। চাৰিটা সমষ্টিৰ বিধানসভাৰ উপ–নিৰ্বাচনৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চাৰিওটা সমষ্টিত মুঠ ২২জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত টাউন বৰদোৱালি আৰু আগৰতলা সমষ্টিত ৬ জনকৈ প্ৰাৰ্থী আৰু সুৰমা আৰু যুৱৰাজ নগৰ সমষ্টিত ৫জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ৰাজ্যখনৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচনত ২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১ লাখ ৮৯ হাজাৰ ৩২জন ভোটাৰে। ইয়াৰ ভিতৰত আগৰতলা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৫১,৭৩৯জন। টাউন বৰদোৱালি সমষ্টিত ভোটাৰৰ সংখ্যা ৪৬,৬২২জন। সুৰমা সমষ্টিত মুঠ ভোটাৰ ৪৭,৩০০ জন। যুৱৰাজনগৰ সমষ্টিত ভোটাৰৰ সংখ্যা ৪৩,৩৭১জন। উল্লেখ্য যে, চাৰিওটা কেন্দ্ৰত মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক। মহিলা ভোটাৰৰ সংখ্যা ৯৫,৩৮৯ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৯৩,৬৩৮জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫জন।

Previous Post

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূলৈ কেন্দ্ৰৰ জেড+ শ্ৰেণীৰ নিৰাপত্তা!

Next Post

‘অগ্নিপথ’ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
‘অগ্নিপথ’ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ

'অগ্নিপথ’ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ

নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8