• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘ডিজিটেল জীৱন প্ৰমাণপত্ৰ’ জাৰী সন্দৰ্ভত সজাগতা অভিযান

১৬ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰৰ বাবে 'ডিজিটেল জীৱন প্ৰমাণপত্ৰ' সজাগতা অভিযান

নিউজ ডেস্ক by নিউজ ডেস্ক
November 15, 2022
in ৰাজনীতি, গুৱাহাটী, ৰাষ্ট্ৰীয়
1 min read
0
‘ডিজিটেল জীৱন প্ৰমাণপত্ৰ’ জাৰী সন্দৰ্ভত সজাগতা অভিযান
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ পেঞ্চন আৰু পেঞ্চন কল্যাণ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে ডিজিটেল জীৱন প্ৰমাণপত্ৰ জাৰী কৰাৰ প্ৰচাৰৰ বাবে এক দেশব্যাপী অভিযান আৰম্ভ কৰিছে। এই অভিযান শৃংখলাটোত বামুণীমৈদামৰ ভাৰতীয় ষ্টেটবেংকৰ নিউ গুৱাহাটী শাখাত কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে অহা ১৬ নৱেম্বৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হ’ব। সকলো পেঞ্চনাৰে ডিজিটেল উপায়েৰে তেওঁলোকৰ জীৱন প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে কেন্দ্ৰলৈ আহিব পাৰে।

পূৰ্বে জীৱন প্ৰমাণপত্ৰবোৰ কায়িকৰূপত দাখিল কৰিবলগা হৈছিল যাৰ ফলত পুৰণি পেঞ্চনাৰসকলৰ বাবে এই প্ৰক্ৰিয়া পলম হৈছিল। এতিয়া, এটা বুটাম ক্লিকতে জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰি।এই সুবিধা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিতৰণ কৰ্তৃপক্ষৰ বাবেও ৰাজ্যখনৰ কোষাগাৰ কাৰ্যালয় হিচাপে উপলব্ধ।
ডিজিটেল জীৱন প্ৰমাণপত্ৰৰ বিষয়েঃ
২০২১ চনৰ নৱেম্বৰত, মাননীয় ৰাজ্যিক মন্ত্ৰী (পিপি) ড০ জিতেন্দ্ৰ সিঙে যিকোনো এণ্ড্ৰইড ম’বাইল ফোনৰ জৰিয়তে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ প্ৰমাণীকৰণ কৌশল মুকলি কৰিছিল।এতিয়া বিভাগটোৱে ডিজিটেল মোডৰ জৰিয়তে জীৱন প্ৰমাণপত্ৰৰ প্ৰচাৰ আৰু মুখাৱয়ব প্ৰমাণীকৰণ কৌশল জনপ্ৰিয় কৰাৰ বাবে এক বিশেষ ৰাষ্ট্ৰব্যাপী অভিযান আৰম্ভ কৰিছে। সকলো পঞ্জীভুক্ত পেঞ্চনাৰ সংগঠন, পেঞ্চন বিতৰণকাৰী বেংক, ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু চিজিএইচএছ কল্যাণ কেন্দ্ৰসমূহক পেঞ্চনাৰসকলৰ ‘জীৱন ধাৰণৰ সহজতা’ৰ বাবে বিশেষ শিবিৰ আয়োজন কৰি জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে ডিজিটেল জীৱন প্ৰমাণপত্ৰ/মুখাৱয়ব প্ৰমাণীকৰণ কৌশলৰ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Previous Post

লিডুত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্রাগছ

Next Post

শিশু দিৱস উপলক্ষ্যে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
শিশু দিৱস উপলক্ষ্যে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ

শিশু দিৱস উপলক্ষ্যে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি

গুৱাহাটীত মন পখিলাৰ উদ্যোগত ‘উদ্যমীতা’ শীৰ্ষক কৰ্মশালা সম্পন্ন

গুৱাহাটীত মন পখিলাৰ উদ্যোগত 'উদ্যমীতা' শীৰ্ষক কৰ্মশালা সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8