• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in ৰাজনীতি, অসম
1 min read
0
১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ
Share on FacebookShare on Twitter

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনে (CBC) ১৮ জানুৱাৰী পৰা ২২ জানুৱাৰীলৈ পৰা গুৱাহাটীৰ চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত আজাদী কা অমৃত মহোৎসৱ আৰু বিগত আঠ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ বিষয়ত পাঁচদিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ১৮ জানুৱাৰীত চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ (AI) খেলপথাৰত সন্ধিয়া ৫ বজাত চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী পীযুষ হাজৰিকা, গুৱাহাটীৰ সাংসদ কুইন ওজা তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান বি নাৰায়ণন উপস্থিত থাকিব।

CBC গুৱাহাটীয়ে প্ৰদৰ্শনীখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়কসকলক আলোকপাত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ই দেশৰ উত্তৰ-পূব অংশৰ স্বাধীনতা সংগ্ৰামীসকল যেনে- কুশল কোঁৱৰ, কনকলতা বৰুৱা, মণিৰাম দেৱান, পা টোগান চাংমা, ইউ তিৰৎ সিং, হাইপৌ জাদোনাং, ডাৰ্থৱমা ৰেনথেলেই, মোজে ৰিবা আৰু বহুতৰ জীৱন কাহিনীৰ ওপৰত আলোকপাত কৰিব। দৰ্শনাৰ্থীসকলৰ বাবে ভাৰতৰ স্বাধীনতাত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ বিষয়ে অৱগত হোৱাৰ এক মঞ্চ হিচাপে কাম কৰিব।

বিভিন্ন প্ৰদৰ্শন যেনে নৃত্য, নাটক, পুতলা নৃত্য প্ৰদৰ্শনী, বাৰ্তালাপ অধিৱেশন, কুইজ আৰু অমৃত মহোৎসৱৰ ওপৰত বিভিন্ন আলোচনা এই পাঁচদিনীয়া অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। পাঁচোদিনে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জনজাতি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশৰ সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা লোকগীত আৰু লোক নৃত্যউপস্থাপন কৰা হ’ব। গীত আৰু নাটক বিভাগৰ শিল্পীসকলেও অনুষ্ঠানটোত বিভিন্ন ধৰণৰ নৃত্য আৰু সংগীত অনুষ্ঠান পৰিৱেশন কৰিব। খাদ্যৰ বিপণীবোৰ অনুষ্ঠানটোৰ আন এটা বিশেষত্ব হ’ব। আত্মসহায়ক গোটবোৰে দৰ্শনাৰ্থীসকলৰ বাবে অসমৰ সুস্বাদু ৰন্ধনপ্ৰণালী পৰিবেশনকৰিব।
পাঁচদিনীয়াকৈ অনুষ্ঠিত এই চিত্ৰ প্ৰদৰ্শনীখন ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ দৰ্শকৰ বাবে বিনামূলীয়াকৈ মুকলি থাকিব ৷

***
PG/SS

Previous Post

অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিবঃ জুবিন গাৰ্গ

Next Post

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8