• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজান বিতৰ্কঃ প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ কাৰণ দৰ্শোৱাৰ জাননী

নিউজ ডেস্ক by নিউজ ডেস্ক
June 6, 2022
in ৰাজনীতি, অসম, শিক্ষা, সংবাদ
1 min read
0
আজান বিতৰ্কঃ প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ কাৰণ দৰ্শোৱাৰ জাননী
Share on FacebookShare on Twitter

মৰিয়নিৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত হেমলাই জ্ঞান বিকাশ প্ৰাথমিক বিদ্যালয়ত যোৱা ৩ জুন তাৰিখে প্ৰাৰ্থনা সভাত পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই আজান দিয়া ভিডিঅ’ চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইফালে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হোৱাত অনুসন্ধানৰ বাবে শনিবাৰে পুৱা যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মিনা, অতিৰিক্ত উপায়ুক্ত শিক্ষা বিভাগৰ কবিতা ফুকন বিদ্যালয়খনত উপস্থিত হৈ বিষয়টো অনুসন্ধান কৰে।

বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ দিনা পুৱা প্ৰাৰ্থনা সভাত ছাত্ৰছাত্ৰীসকলে বিহু, ঝুমুৰ, ৰাভা সংগীত পৰিবেশন কৰাৰ সমন্তৰালভাবে উক্ত ছাত্ৰজনে নিজৰ স্বকীয় প্ৰতিভা প্ৰকাশৰ উদ্দেশ্যে ইচ্ছাকৃতভাবে আজান পৰিবেশন কৰা বুলি অনুসন্ধানৰ পিছত সাংবাদিকক জানিব দিয়ে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ছাত্ৰজনক আজান পৰিবেশন কৰিবৰ বাবে কোনেও উচতনি দিয়া নাছিল বা ই কোনো পূৰ্ব পৰিকল্পিত নাছিল বুলিও উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপায়ুক্তগৰাকীৰ মন্তব্যৰ পাছতে আজান বিতৰ্ক সামৰনি পৰিছিল যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° শুভলক্ষ্মী ৰাজকুমাৰী স্বাক্ষৰিত এখন শ্ব’কজ পত্ৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণৱ আৰান্ধৰালৈ অহাত এই ঘটনাই পুনৰ নতুন মোৰ লৈছে।

প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে শিক্ষা বিষয়াগৰাকীয়ে গুণোৎসৱত অসম সেৱা বিধি উলংঘা কৰি প্ৰাৰ্থনা সভা আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰা লগতে এনে কাৰ্যৰ দ্ধাৰা ছাত্ৰ ছাত্ৰী আৰু সমাজক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰিছে। এনে অপৰাধৰ বাবে ‘অসম সেৱা বিধি ১৯৬৪-ৰ ভাগ ৩ উপবিধি(১) ৬’ অনুসৰি কিয় বিভাগীয় শাস্তি প্ৰদান কৰা নহ’ব বুলি কাৰণ দৰ্শাই তিনি দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ জাৰী কৰিছে।

Previous Post

আজাদী কা অমৃত সপ্তাহৰ অংশ হিচাপে CBICয়ে অনুষ্ঠিত কৰিব ড্ৰাগচ ধ্বংস দিৱস!

Next Post

আপোনাৰ ঘৰৰ মানি প্লাণ্ট গছডাল কোন দিশত ৰাখিছে? এই কামটো কৰক! আপোনাৰ ঘৰ টকা-পইচাৰে ভৰি পৰিব

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
আপোনাৰ ঘৰৰ মানি প্লাণ্ট গছডাল কোন দিশত ৰাখিছে? এই কামটো কৰক! আপোনাৰ ঘৰ টকা-পইচাৰে ভৰি পৰিব

আপোনাৰ ঘৰৰ মানি প্লাণ্ট গছডাল কোন দিশত ৰাখিছে? এই কামটো কৰক! আপোনাৰ ঘৰ টকা-পইচাৰে ভৰি পৰিব

মঙলবাৰে ঘোষণা হ’ব মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল

মঙলবাৰে ঘোষণা হ'ব মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান হ’ব গ্ৰেপ্তাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8