• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ৰাজনীতি, অসম
1 min read
0
অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি
Share on FacebookShare on Twitter

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই বৰ্তমানৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে সকলো সামগ্ৰীৰে দাম বৃদ্ধি কৰিছে। খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি, পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পাছত এইবাৰ চৰকাৰ আন এক হঠকাৰী সিদ্ধান্তই চকু কপালত তুলিছে সাধাৰণ জনতাৰ।

১ এপ্ৰিলৰ পৰা গাড়ী চালক তথা গৰাকীসকলে ৰাজ্যৰ সকলো টোল প্লাজাত ভৰিব লাগিব বৰ্তমানকৈ অধিক কৰ। শেহতীয়া সিদ্ধান্ত অনুসৰি ৰাজ্যত ১৮ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে টোল কৰ৷ ক’ৰোনাৰ প্ৰকোপৰ পৰা সাধাৰণ জনতা ভালকৈ মূৰ দাঙি থিয় হব নোৱাৰা এই অৱস্থাতে মূল্যবৃদ্ধিৰ পৰা আদি কৰি টোল কৰ বৃদ্ধিৰ দৰে সিদ্ধান্তই সকলোকে অসন্তুষ্ট কৰিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই হঠকাৰী সিদ্ধান্তক লৈ এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ আগতেও ২০২১ৰ ২৮ মাৰ্চত বৃদ্ধি কৰা হৈছিল টোল কৰ। এই টোল কৰ বৃদ্ধি পোৱাৰ পাছতে ভয়াৱহভাৱে মূল্যবৃদ্ধি হৈছিল। এইবাৰো এই সিদ্ধান্তৰ পাছতে গাড়ী ভাড়াৰ পৰা আদি কৰি খাদ্য সামগ্ৰীলৈকে সকলোবোৰৰ আৰু মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে। একাংশই এই সিদ্ধান্তক ৰাজ্যবাসীক বিহুৰ উপহাৰ দিয়া বুলিও কটাক্ষ কৰিছে।

Previous Post

১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ নীলিম মহন্ত

Next Post

প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?

নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8