• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত
Share on FacebookShare on Twitter

ক’ৰনাই ভয়ংকৰ ভাবে গ্ৰাস কৰিছে বিজেপিৰ মুখ্য কাৰ্যালয়৷ ৰাজধানী দিল্লীস্থ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত প্ৰায় ৫০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ ‘মঙলবাৰে কৰা পৰীক্ষা অনুসৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰী, বিভিজি কৰ্মচাৰী (পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাত নিয়োজিত), নিৰাপত্তা কৰ্মচাৰী আৰু মিডিয়াৰসহ ভাৰপ্ৰাপ্ত সঞ্জয় মায়ুখকে ধৰি প্ৰায় ৫০জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডত৷ ক’ভিড ধৰা পৰা আটায়ে ক’ভিড নিৰ্দেশনা মানি আছুতীয়াকৈ আছে৷
জানিব পৰা মতে কাৰ্যালয়টো ছেনিটাইজেচন কৰাৰ লগতে ক’ভিড-১৯ পৰীক্ষা নিয়মীয়াকৈ কৰা হৈছে৷ কেৱল কাৰ্যালয়ৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ কাৰ্যকলাপত নিয়োজিত থকা লোকহে মুখ্য কাৰ্যালয়লৈ আহিছে। মঙলবাৰে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ মূল সমিতিৰ এখন বৈঠক দলীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছিল। বৈঠকৰ দ্বিতীয় পৰ্যায় আজি অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতে যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৯৪,৭২০টা নতুন ক’ভিড-১৯ সংক্ৰমণ আৰু ৪৪২টা মৃত্যু নথিভুক্ত কৰিছে বুলি আজি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনায়।

Previous Post

স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

Next Post

IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

নৈশ সান্ধ্য আইনক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নৈশ সান্ধ্য আইনক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8