• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 25, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে!
Share on FacebookShare on Twitter

বিজেপিয়ে কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি গুৰুতৰ অভিযোগ আনিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই। বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে গুজৰাট আৰু এমচিডি (দিল্লী) নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। দিল্লীৰ সাংসদ মনোজ তিৱাৰীও এই ষড়য়ন্ত্ৰত জড়িত হৈ আছে বুলি অভিযোগ তোলে মনীষ চিছোদিয়াই।

गुजरात व MCD चुनाव मे हार के डर से बौखलाई BJP @ArvindKejriwal की हत्या की साजिश रच रही है

इनके सांसद मनोज तिवारी खुलेआम अपने गुंडो को अरविंद जी पर हमला करने के लिए कह रहे है और इसकी पूरी प्लानिंग कर ली है

AAP इनकी टुच्ची राजनीति से नही डरती,इनके गुंडागर्दी का जबाव अब जनता देगी

— Manish Sisodia (@msisodia) November 24, 2022

জানিব পৰা মতে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. চাক্সেনাই আৰক্ষী আয়ুক্তক অভিযোগবোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যপাল গৰাকীয়ে মনীষ চিছোদিয়াৰ লগতে আপৰ আন নেতা সকলৰ টুইটাৰ একাউন্ট আৰু মন্তব্য ওপৰৰ গুৰুত্ব প্ৰদান কৰিছে। লগতে আৰক্ষী আয়ুক্তক এয়া নিশ্চিত কৰিব দিছে যে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মেঘালয়ৰ মুখ্যমন্ত্ৰীক মুক্ৰ’ ঘটনাৰ CBI তদন্তৰ আশ্বাস দিলে অমিত শ্বাহে!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
মেঘালয়ৰ মুখ্যমন্ত্ৰীক মুক্ৰ’ ঘটনাৰ CBI তদন্তৰ আশ্বাস দিলে অমিত শ্বাহে!

মেঘালয়ৰ মুখ্যমন্ত্ৰীক মুক্ৰ’ ঘটনাৰ CBI তদন্তৰ আশ্বাস দিলে অমিত শ্বাহে!

বিকৃত ৰূপত উপস্থাপন হোৱা ইতিহাস পুনৰ লিখাত বাধা থাকিব নোৱাৰেঃ অমিত শ্বাহ

বিকৃত ৰূপত উপস্থাপন হোৱা ইতিহাস পুনৰ লিখাত বাধা থাকিব নোৱাৰেঃ অমিত শ্বাহ

কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

কামৰূপৰ বকোত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা, গ্ৰেপ্তাৰ এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8