• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাহুল গান্ধীৰ নেতৃত্বতহে বিজেপি মুক্ত চৰকাৰ সম্ভৱ: খাৰ্গে

নিউজ ডেস্ক by নিউজ ডেস্ক
November 2, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰাহুল গান্ধীৰ নেতৃত্বতহে বিজেপি মুক্ত চৰকাৰ সম্ভৱ: খাৰ্গে
Share on FacebookShare on Twitter

দেশজুৰি চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালিকাৰ্জুন খাৰ্গে মঙলবাৰে হায়দৰাবাদত এই অভিযানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, ‘যেতিয়াই আমি সংসদত যিকোনো বিধেয়কৰ বিৰোধিতা কৰিছিলো তেতিয়াই টি আৰ এছয়ে( তেলেংগনা ৰাষ্ট্ৰ সমিতি) বিজেপিক সমৰ্থন কৰিছিল। কিন্তু তাৰপাছতো তেওঁলোকে বিজেপি মুক্ত চৰকাৰ আনিম বুলি কয়। যদি কোনোবাই বিজেপি মুক্ত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে সেয়া কেৱল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সম্ভৱ”।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে টি আৰ এছৰ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ প্ৰত্যক্ষ যোগাযোগ আছে। অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কৈছিল যে বিজেপি আৰু টিআৰএছে একেলগে কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কতো আছে।

Previous Post

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ সন্ত্ৰাসবাদী

Next Post

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হাতী চাফাৰী

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হাতী চাফাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হাতী চাফাৰী

বোকাখাতত অবৈধ ভাবে গৰু সৰবৰাহ কৰা বাহন জব্দ

বোকাখাতত অবৈধ ভাবে গৰু সৰবৰাহ কৰা বাহন জব্দ

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে তিনিখন ইলেকট্ৰনিক বাহন মুকলি

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে তিনিখন ইলেকট্ৰনিক বাহন মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8