• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩
Share on FacebookShare on Twitter

মুম্বাইস্থিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল। যুদ্ধ জাহাজ আই এন এছ ৰণবীৰৰ আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত সংঘটিত হয় এই বিস্ফোৰণ। মঙ্গলবাৰে সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত ৩ জন নৌসেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে ১১ জন জোৱান আহত হৈছে। আহত জোৱানসকলক স্থানীয় নৌসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বিস্ফোৰণটোৰ পিছতেই কম্পাৰ্টমেণ্টটোত জুই লাগে। বৰ্তমানলৈকে বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আই এন এছ ৰণবীৰে ২০২১ চনৰ নৱেম্বৰৰ পৰা উপকূলীয় অঞ্চলত কাৰ্যকৰী ভাৱে নিয়োজিত হৈ আছিল। যুদ্ধ জাহাজখনত বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত সাগৰত সুৰক্ষামূলক ব্যৱস্থাৰ অধীনত তহল দি আছিল আৰু কিছু সময়ৰ পিছতেই আধাৰ বন্দৰলৈ ঘূৰি অহাৰ কথা আছিল। ভাৰতীয় নৌসেনাৰ বিষয়াসকলৰ মতে আইএনএছ ৰণবীৰ ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ পৰা ক্ৰছ কোষ্ট অপাৰেশ্যনেল ডিপ্লয়মেণ্টত আছিল আৰু শীঘ্ৰেই আধাৰ বন্দৰলৈ উভতি অহাৰ কথা আছিল। আই এন এছ ৰণবীৰ হৈছে ভাৰতীয় নৌসেনাৰ পাঁচটা ৰাজপুত শ্ৰেণীৰ ধ্বংসকাৰী যুদ্ধ জাহাজৰ ভিতৰত চতুৰ্থটো। ১৯৮৬ চনৰ ২১ এপ্ৰিলত এই যুদ্ধ জাহাজখন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল।

Previous Post

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

Next Post

২৪ ঘণ্টাত দেশত ২লাখ ৮৩ হাজাৰ ক’ৰোনাত আক্ৰান্ত

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

২৪ ঘণ্টাত দেশত ২লাখ ৮৩ হাজাৰ ক'ৰোনাত আক্ৰান্ত

বুধবাৰে অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ বৈঠক !

বুধবাৰে অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ বৈঠক !

ক্ৰিকেটাৰৰ ৰূপত বিকি কৌশল

ক্ৰিকেটাৰৰ ৰূপত বিকি কৌশল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8