• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভগৱন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন; দৃষ্টি নিবদ্ধ দেশবাসীৰ!

পঞ্জাবত AAP চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 24, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ভগৱন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন; দৃষ্টি নিবদ্ধ দেশবাসীৰ!
Share on FacebookShare on Twitter

ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাব চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনৰ বিৰোধী দলসমূহে ইতিমধ্যে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি আৰু অন্যান্য বিষয়ত শাসনাধিষ্ঠিত আপৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই অধিৱেশনতে ৰাজ্যখনৰ বিত্তমন্ত্ৰী হৰপাল সিং সীমাই ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব আৰু তাৰ পাছত বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।

বিৰোধী কংগ্ৰেছ, বিজেপি আৰু এছএডিয়ে আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ভগৱন্ত মানৰ চৰকাৰক লক্ষ্য কৰি লৈছে৷ তেওঁলোকে ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি পূৰণত হোৱা ব্যৰ্থতাৰ বাবেও সমালোচনা কৰিছে। ইফালে, মুখ্যমন্ত্ৰীয়ে যোৱা মাহত কৈছিল যে তেওঁৰ চৰকাৰে কাগজবিহীন বাজেট উপস্থাপন কৰিব। লক্ষ্যণীয়ভাৱে, মাৰ্চ মাহত পঞ্জাৱ বিধানসভাই ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ (এপ্ৰিল-জুন) ভোট-অন-একাউণ্ট পাছ কৰিছিল। ৰাজ্যখনৰ ১১৭টা পঞ্জাব বিধানসভা খণ্ডৰ ৯২টা সমষ্টিত জয়লাভ কৰাৰ পাছত মাৰ্চ মাহত আম আদমী পাৰ্টি (আপ) ক্ষমতালৈ আহিছিল। আপ চৰকাৰে ৰাজ্যিক বাজেটৰ বাবে সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল, যাক মন্ত্ৰী সীমাই জনতাৰ বাজেট হ’ব বুলি মন্তব্য কৰিছিল৷

Previous Post

আগন্তুক ৫ দিনত অসমকে ধৰি উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা!

Next Post

শিৱসাগৰ দিখৌ নদীত জঁপিয়াই মহিলা সন্ধানহীন!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
শিৱসাগৰ দিখৌ নদীত জঁপিয়াই মহিলা সন্ধানহীন!

শিৱসাগৰ দিখৌ নদীত জঁপিয়াই মহিলা সন্ধানহীন!

অতি সোনকালে অসম এৰি যাওক; ভূপেন বৰাই একনাথ সিন্দেলৈ লিখিলে চিঠি!

অতি সোনকালে অসম এৰি যাওক; ভূপেন বৰাই একনাথ সিন্দেলৈ লিখিলে চিঠি!

সংসদ ভৱনত NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন দাখিল

সংসদ ভৱনত NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8