• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হোৱা দেখা গ’ল প্ৰমোদ সাৱন্তক। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি আঁচনিখন অতি সোনকালেই কাৰ্যকৰী কৰা হ’ব। আনহাতে, কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ নিৰ্দলীয় আৰু এনজিপিৰ সহায়ত বিজেপিক শ’লঠেকত পেলোৱাৰ প্ৰস্তুতি চলাইছে যদিও মুখ্যমন্ত্ৰীয়ে এই সকলো জল্পনা-কল্পনা নাকচ কৰিছে। কংগ্ৰেছে এলেক্স চেকুয়েৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আনহাতে বিজেপিয়ে ৰমেশ তাভদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
শেহতীয়াকৈ ৪০ জনীয়া গোৱা বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ২০খন আসনত জয়েৰে নেতৃত্ব দিয়া তিনিবাৰৰ বিধায়ক প্ৰমোদ সাৱন্তে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ ৰাজভৱনৰ পৰা চাৰি কিলোমিটাৰ দূৰত ৰাজ্যৰ ৰাজধানী পানাজীৰ ওচৰৰ বাম্বোলিমৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত সাৱন্তে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আন আঠজন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰীয়ে ৰাজভৱনৰ বাহিৰত শপত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে, ২০১২ চনত বিজেপি সদনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত মনোহৰ পাৰিকৰে ৰাজ্যৰ ৰাজধানী পানাজীৰ কেম্পাল অঞ্চলৰ এখন খেলপথাৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

Previous Post

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

Next Post

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8