• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা, মৃতকৰ পৰিয়াললৈ ৪ লাখ

স্থগিত নহয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in ৰাজনীতি, অসম
1 min read
0
১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!
Share on FacebookShare on Twitter
  • ৰাজ্য চৰকাৰৰ বুধবাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। জনতা ভৱনত অনুষ্ঠিত সাপ্তাহিক কেবিনেট বৈঠকত লোৱা হয় এনে সিদ্ধান্ত-
  • অসমৰ ২৬খন জিলা বানৰ কবলত। কিন্তু ডিমা হাছাও, বৰাক, হোজাইৰ অৱস্থা অতি শোচনীয়। গতিকে এই ৩ জিলাক সৰ্বতোপ্ৰকাৰে সহায়ৰ সিদ্ধান্ত লোৱা হয়।
  • লামডিঙৰ পৰা জাতিংগালৈ পথ কিছু নিৰ্মাণ কৰা হৈছে। ডিমা হাছাওলৈ খাদ্যসামগ্ৰী নিব পৰা হৈছে। ৪ মেট্ৰিকটন খাদ্য সামগ্ৰী দিয়া হৈছে জিলাখনক। সাহায্যৰ বাবে FCI খাদ্য সামগ্ৰী যোগানৰ বাবে সাজু।
  • মেঘালয়ত হোৱা ভূমিস্খলনৰ বাবে বৰাকলৈ যাতায়াত বন্ধ। কিন্তু বৰাকলৈ খাদ্য সামগ্ৰী যোগানৰ বাবে সহায় কৰিব মেঘালয় চৰকাৰে।
  • ২২ হাজাৰ মেট্ৰিকটন চাউল মজুত আছে বৰাকত। পেট্ৰ’ল, ডিজেল ৭ দিনৰ বাবে বৰাকত উপলব্ধ আছে। মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা হাফলঙলৈ যাব।
  • বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিব হ’ব ৪ লাখ টকা। জিলা উপায়ুক্তই মৃতকৰ পৰিয়ালক মুকলি কৰি দিব ধন।
  • ফ্লাই বিগৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ। শিলচৰৰ পৰা গুৱাহাটীৰ মাজত ফ্লাইবিগে আৰম্ভ কৰিব বিমান সেৱা। ডিমা হাচাওৰ পৰাও বায়ুসেনাৰ বিমানে আনিব আবদ্ধ লোকক।

The Centre has sanctioned ₹1,000 cr for Assam and we have already released ₹150 cr to the district authorities. We have sufficient funds to deal with the situation.

Our Govt machinery is working 24×7 to help affected people and undertake relief measures. pic.twitter.com/vdBln6HKcu

— Himanta Biswa Sarma (@himantabiswa) May 18, 2022

  • -কেন্দ্ৰীয় চৰকাৰে ১০০০ কোটি টকাৰ অনুমোদন দিছে। ইতিমধ্যে জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে। শিলচৰৰ পৰা ৰে’ল সেৱা মুকলি কৰিবলৈ ৪৫ দিন লাগিব। পথ মুকলি কৰিবলৈ প্ৰায় ২ৰ পৰা ৩ দিন লাগিব।
  • -গুৱাহাটী–শিলচৰৰ মাজত বিশেষ বিমান সেৱা। বৰাকত আবদ্ধ লোকৰ বাবে বিশেষ বিমান সেৱা। বিমানৰ টিকটৰ মূল্য হ’ব ৩ হাজাৰ টকা। টিকটৰ বাবে ৮১৩৫৯-০২৯৭৩, ৮৬৩৮০-২৩৯২১ নম্বৰ মুকলি। UPI বা GPAYৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। বৃহস্পতিবাৰ অৰ্থাৎ আজি বিয়লি ৫ বজাত গুৱাহাটীৰ পৰা শিলচৰলৈ উৰিব বিমান। শিলচৰৰ পৰা সন্ধিয়া ৬.২০ বজাত গুৱাহাটীলৈ উভতিব।
  • এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়নৰ বাবে নালাগে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নহ’লেও যুৱক–যুৱতীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব।
  • NDDBৰে বুজাবুজি কৰি যৌথ কোম্পানী স্থাপনৰ সিদ্ধান্ত।
  • দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য।
  • নতুন ৰাজভৱন নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ। বেলিভউ হোটেলৰ কাষতে নতুন ৰাজ ভৱনৰ বাবে ভূমি।
  • স্থগিত নহয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
  • বিদ্যুৎ ক্ৰয়ৰ বাবে উত্তৰ প্ৰদেশৰ নেইভেলীৰ সৈতে বুজাবুজি চুক্তি। নেইভেলীৰ পৰা ৪৯৪ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব অসমে। ক’ভিডৰ পাছত বিদ্যুতৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোম্পানীৰ পৰা ৰাজ্য চৰকাৰে বিদ্যুৎ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
  • কমলপুৰত নেচনেল ফৰেনছিক বিশ্ববিদ্যালয় স্থাপন হ’ব।
Previous Post

বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

Next Post

অইলত কূটাঘাতৰ পৰিকল্পনা নাই আলফাৰঃ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীৰ দুই যুৱতী বৰ্তমান ULFAৰ ম্যানমাৰৰ শিবিৰত

অইলত কূটাঘাতৰ পৰিকল্পনা নাই আলফাৰঃ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

আয়কৰৰ অভিযানঃ সাঙোৰ খাইছে ভাগ্য কলিতাসহ বন বিষয়াৰ নাম

আয়কৰৰ অভিযানঃ সাঙোৰ খাইছে ভাগ্য কলিতাসহ বন বিষয়াৰ নাম

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8