- ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মন্ত্ৰী কেশৱ মহন্তৰ।
- বান সাহায্য সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ।
- ক্ষতিগ্রস্তসকলক তৎকালে সাহায্য দিবলৈ প্রতিজন মন্ত্রীক দায়িত্ব প্রদান।
- প্রতিজন মন্ত্রীৰ সৈতে এজন সচিব থাকিব।
- বানাক্রান্ত অঞ্চলত প্রয়োজনত কেম্প কৰি থাকিব।
- বানত আক্রান্ত ১৪৬টা ৰাজহ চক্র, ৯০০২খন গাঁৱৰ ৭৩,৪৬০০ লোক।
- বন্যাৰ্তৰ বাবে স্থাপন ৩৩১৭টা সাহায্য শিবিৰ।
- হাইলাকান্দিৰ দায়িত্বত আছে মন্ত্রী পৰিমল শুক্লবৈদ্য।
- শোণিতপুৰৰ দায়িত্ব মন্ত্রী অশোক সিংঘালক।
- মৰিগাঁৱৰ দায়িত্ব দিয়া হৈছে মন্ত্রী পীয়ূষ হাজৰিকাক।
- নন্দিতা গাৰ্লোছাক অৰ্পণ কৰা হৈছে নলবাৰীৰ দায়িত্ব।
- কৰিমগঞ্জ, কাছাৰৰ দায়িত্বত মন্ত্রী জয়ন্ত মল্ল বৰুৱাক।
- তামুলপুৰৰ দায়িত্ব দিয়া হৈছে মন্ত্রী সঞ্জয় কিষাণক।
- চিৰাঙৰ দায়িত্বত আছে মন্ত্রী বিমল বৰা।
- বজালী জিলাৰ দায়িত্ব দিয়া হৈছে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক।
- ২৮জুনৰ পৰা দায়িত্ব লাভ কৰা এইসকল মন্ত্ৰীয়ে কাম কৰিব লাগিব।
- ১০জুলাইত দাখিল কৰিব লাগিব তেওঁলোকৰ প্রতিবেদন।
We also gave ex-post approval of fund for 3 proposed polytechnics and modified speed limits for vehicles to minimise risk of accidents at our #WeeklyCabinet. pic.twitter.com/5UwIzxZtDp
— Himanta Biswa Sarma (@himantabiswa) June 25, 2022
- অৰুণোদয়ত অতিৰিক্ত ৭ লাখ ৫৬ হাজাৰ হিতাধিকাৰী সামৰি লোৱা হ’ব।
- অক্টোবৰ মাহৰ পৰা হিতাধিকাৰীয়ে পাব ১২৫০ টকা।
- স্ব-নিৰ্ভৰশীল নাৰী নামৰ এক নতুন আঁচনিও হ’ব।
- প’ৰ্টেলৰ জৰিয়তে শিপিনীয়ে বজাৰত কাপোৰ বিক্রী কৰিব পাৰিব।
- প্রথমে কাপোৰখিনি চৰকাৰে ক্রয় কৰিব।
- অসম ৰে’ল আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড খোলাৰ সিদ্ধান্ত।
- ৰে’লৰ অধীনত থকা মাটি ব্যৱহাৰৰ দিশ চোৱাচিতা কৰিব।
- ১২৬ কোটি ৭৫ হাজাৰ টকা HPCLৰ কৰ্মচাৰীক মোকলাই দিয়াৰ সিদ্ধান্ত।
- আৰোহণ আঁচনিৰ জৰিয়তে মেধাৱী ছাত্র-ছাত্রী দিব বিশেষ সুবিধা।
- মিউছুৱেল ট্রেন্সফাৰ আৰম্ভ হ’ব।
- দুৰণিবটীয়া স্থানৰ শিক্ষকৰ বদলি আৰম্ভ হ’ব।
- ১০ বছৰ হ’ব লাগিব শিক্ষকৰ, মহিলাক অগ্রাধিকাৰ দিয়া হ’ব।