• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ তৎপৰ CBI

দেশৰ ৯ টা স্থানত অভিযান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in ৰাজনীতি, ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান
Share on FacebookShare on Twitter

পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ সৈতে জড়িত থকা দেশৰ প্ৰায় ৯টা স্থানত CBIৰ অভিযান। তালাচী চলোৱা স্থানসমূহৰ ভিতৰত আছে চেন্নাইৰ দুটা স্থান, মুম্বাইৰ তিনি স্থান, কৰ্ণাটক, পঞ্জাব আৰু ওড়িশাৰ এটাকৈ স্থান। জানিব পৰা মতে, কাৰ্তি চিদাম্বৰমৰ ঘৰ আৰু কাৰ্যালয়তো CBI য়ে অভিযান চলায়। কাৰ্তিৰ বিৰুদ্ধে চীনা কৰ্মচাৰীক ভিছা প্ৰদানৰ বাবে ৫০ লাখ টকা ঘোচ লোৱাৰ অভিযোগ আছে।

I have lost count, how many times has it been? Must be a record.

— Karti P Chidambaram (@KartiPC) May 17, 2022

এই তালাচী অভিযানক লৈ কাৰ্তি চিদাম্বৰমে টুইটত লিখিছে যে, মই গণিবলৈ পাহৰি গৈছো কিমানবাৰ হৈছে। এয়া এক ৰেকৰ্ড হ’ব। জানিব পৰা মতে, কাৰ্তি বৰ্তমান লণ্ডনত আছে।

উল্লেখযোগ্য যে, কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআয়ে শেহতীয়াকৈ এটা নতুন গোচৰ ৰুজু কৰিছিল। এই গোচৰ ২০১০–২০১৪ৰ ভিতৰত বিদেশলৈ টকা প্ৰেৰণৰ সৈতে জড়িত। প্ৰাথমিক তদন্তৰ পিছত এই গোচৰত চিবিআয়ে এফআইআৰ দাখিল কৰিছিল।

This morning, a CBI team searched my residence at Chennai and my official residence at Delhi. The team showed me a FIR in which I am not named as an accused.

The search team found nothing and seized nothing.

I may point out that the timing of the search is interesting.

— P. Chidambaram (@PChidambaram_IN) May 17, 2022

ইফালে চিবিআইৰ অভিযানৰ সময়তে, পি চিদাম্বৰমে টুইট কৰি লিখিছে – ‘‘আজি পুৱা চিবিআইৰ এটা দলে চেন্নাইত মোৰ আৱাস আৰু দিল্লীত মোৰ অফিচিয়েল আৱাসত তালাচী চলায়। দলটোৱে মোক এখন এফআইআৰ দেখুৱায়, য’ত মোৰ নাম অভিযুক্ত হিচাহে নাই। অভিযানকাৰী দলে একো নাপালে, একো জব্দও কৰিব নোৱাৰিলে। মই ক’ব পাৰো যে অভিযানৰ সময় গুৰুত্বপূৰ্ণ।’

Previous Post

হাফলঙত অবৰ্ণনীয় পৰিস্থিতিঃ চাৰি-পাঁচদিন ধৰি ব্যাহত বিদ্যুৎ সংযোগ

Next Post

ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

আলফা(স্বা)ৰে জড়িত! লণ্ডনৰ আদালতত হাজিৰ মুকুল হাজৰিকা

আলফা(স্বা)ৰে জড়িত! লণ্ডনৰ আদালতত হাজিৰ মুকুল হাজৰিকা

ভূমিস্খলনৰ আশংকা! কামৰূপত আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

ভূমিস্খলনৰ আশংকা! কামৰূপত আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8