• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 26, 2023
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়
1 min read
0
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
Share on FacebookShare on Twitter

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচনৰ ইম্ফলৰ আঞ্চলিক কাৰ্যালয়ে ফেব্ৰুৱাৰী-মাৰ্চ ২০২২-ত মণিপুৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰত পৰম্পৰাগত লোক-নৃত্য আৰু নাটক ব্যৱহাৰ কৰি ভোটাৰ সজাগতাৰ স্তৰ বৃদ্ধিত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ চৰকাৰী শাখাত উত্তম নিৰ্বাচনী অনুশীলনৰ বাবে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত অনুষ্ঠিত বাৰ্ষিক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত চেণ্ট্ৰেল কমিউনিকেচন অব্ ব্যুৰ’ৰ সঞ্চালক প্ৰধান (উত্তৰ-পূৰ্বাঞ্চল) বি নাৰায়ণনক এই বঁটা প্ৰদান কৰে। ইম্ফলৰ চিবিচিৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী, মণিপুৰৰ জিলাৰ পাঁচোজন ক্ষেত্ৰীয় বিষয়া, কৰ্মচাৰী শিল্পী আৰু ব্যক্তিগত পঞ্জীকৃত লোকনৃত্যৰ দলবোৰে এছভিইইপি অভিযানত অংশগ্ৰহণ কৰিছিল, য’ত সমগ্ৰ ৰাজ্যখনৰ বিশেষকৈ দূৰৱৰ্তী অঞ্চলত, পাঁচ সপ্তাহ জুৰি প্ৰায় ১৫০টা কাৰ্যসূচী অনুষ্ঠিত হৈছিল। মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে ঘনিষ্ঠভাৱে এই কাৰ্যসূচীসমূহ আয়োজন কৰা হৈছিল। কাৰ্যসূচীবোৰত নৈতিক ভোটদান আৰু কোনো ভোটাৰ যাতে বাদ পৰি নাযায়, এনেধৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছিল। ৰাজ্যখনৰ পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনৰ তুলনাত কাৰ্যসূচী অনুষ্ঠিত হোৱা ভোটকেন্দ্ৰসমূহত ভোটদানৰ হাৰ যথেষ্ট অধিক আছিল।

এই উপলক্ষে অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে মুঠ ১৩টা বঁটা প্ৰদান কৰে, যাৰ ভিতৰত আছে শ্ৰেষ্ঠ ৰাজ্য, সাধাৰণ বঁটা, বিশেষ শ্ৰেণী আৰু ৰাষ্ট্ৰীয় সংবাদ বঁটা ৷ এই বঁটা অল ইণ্ডিয়া ৰেডিঅ’ৰ সংবাদ সেৱা বিভাগক প্ৰদান কৰা হয়। ১৯৫০ চনত নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোৰ সোঁৱৰণত প্ৰতি বছৰে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বঁটা প্ৰদান কৰা হয় ৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

আজি গণৰাজ্য দিৱস

আজি গণৰাজ্য দিৱস

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8