• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰ্বি পাহাৰৰ চাৰি স্থানত আজি হিমন্ত বিশ্ব শৰ্মাই চলাব প্ৰচাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 1, 2022
in ৰাজনীতি, অসম
1 min read
0
১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!
Share on FacebookShare on Twitter

কাৰ্বি পাহাৰত বলিছে নিৰ্বাচনী বতাহ। শাসক–বিৰোধীয়ে জোৰদাৰ কৰি চলাইছে  প্ৰচাৰ। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ চাৰি স্থানত চলাব নিৰ্বাচনী প্ৰচাৰ। ১০ বজাত চোচেং, ৰংখাং আৰু দুৱাৰ আমলা সমষ্টিৰ বাবে বৈঠালাংছ’ত ৰাজহুৱা সভাত সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। নিলিপ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰংপিৰ বাবে মুখ্যমন্ত্ৰীয়ে ১২ বজাত বোকাজানৰ চকিহোলাত চলাব প্ৰচাৰ।

বিয়লি ২ বজাত কপিলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৱন কুমাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে খেৰনীত চলাব প্ৰচাৰ। বিয়লী ৩:১৫ বজাত লাংফেৰ, সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বাবে বকলিয়াৰ জনসভাত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, লাংফেৰৰ বিজেপি প্ৰাৰ্থী হ’ল মধুৰাম লেখটে আৰু সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ল অমৰছিং টিছো।

Previous Post

বলীউডৰ জনপ্রিয় গায়ক কে কেৰ চিৰবিদায়

Next Post

কেকেৰ দেহত আঘাতৰ চিন! আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
Next Post
কেকেৰ দেহত আঘাতৰ চিন! আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

কেকেৰ দেহত আঘাতৰ চিন! আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!

ভাৰত – ম্যানমাৰৰ সীমান্তত দুই আলফা সদস্য গ্ৰেপ্তাৰ

ভাল খবৰঃ “লোকেল উৎপাত”ৰ বক্স অফিচ কালেকচন ১ কোটি!

ভাল খবৰঃ "লোকেল উৎপাত"ৰ বক্স অফিচ কালেকচন ১ কোটি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8