• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বজালীৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্রীৰ

পহুমাৰা নদীৰ মথাউৰি-পথ নিৰ্মাণৰ বাবে ৯ কোটি টকাৰ অনুমোদন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 28, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ
Share on FacebookShare on Twitter

বজালী জিলাত পহুমাৰা আৰু কালদিয়া নৈয়ে সৃষ্টি কৰা প্ৰলয়ংকাৰী বানৰ পিছত বিধস্ত হৈ পৰা বজালীৰ তিনিটা স্থানত আজি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বানবিধস্ত অঞ্চলৰ বুজ লোৱাৰ উপৰিও স্থানীয় বানাক্ৰান্ত লোক সকলৰ অভাব-অভিযোগৰো বুজ লয়। মুখ্যমন্ত্রী ডঃ শৰ্মাই আজি প্ৰথমে কালদিয়া নৈয়ে তীব্র গৰাখহনীয়াৰে ভাবুকিৰ সৃষ্টি কৰা পাটাছাৰকুছি অঞ্চলী পথৰ কুৱাৰাত উপস্থিত হৈ পথটোৰ গৰাখহনীয়া সন্দৰ্ভত বুজ লৈ এই ক্ষেত্রত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত কুৱাৰাৰ স্থানীয় লোক সকলৰ সমস্যাৰো বুজ লয় মুখ্যমন্ত্রীগৰাকীয়ে। লগতে মুখ্যমন্ত্রী গৰাকী উপস্থিত হয় বজালীৰ মেধিকুচিত। মেধিকুচিৰ বানবিধস্ত অঞ্চলত কালিৰে পৰা পহুমাৰা নৈৰ ভগ্ন মথাউৰিৰে পানী ওলাই পুনৰ বানপানীৰ সূচনা কৰিছে।

My visit to flood-affected areas of Charalpara Nayapara at Bhabanipur, Bajali. pic.twitter.com/Gvrgvgf8gm

— Himanta Biswa Sarma (@himantabiswa) June 28, 2022

ইয়াৰ লগতে মেধিকুচিৰ পহুমাৰা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী গৰাকীয়ে। মুখ্যমন্ত্রী গৰাকীয়ে জুলাই আগষ্ট মাহ পাৰ হবলৈ এতিয়াও যিহেতু বহু দিন বাকী আছে সেয়েহে এই দিন কেইটাত পৰিবেশটো যথেষ্ট সংকটজনক বুলিয়ে ক’ব লাগিব বুলি মন্তব্য কৰি পহুমাৰা মথাউৰি শক্তিশালী ৰূপত নিৰ্মাণ কৰি মথাউৰিৰ ওপৰত পথ বনাবলৈ ৯ কোটি টকা ইতিমধ্যে অনুমোদন দিয়া হৈছে বুলি উল্লেখ কৰে আৰু বানপানীৰ পিছত এই মথাউৰি নিৰ্মাণ কৰা হব বুলি কয়।
ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি বজালীৰ বানবিধস্ত তিনিওটা স্হানতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত দাস আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনী তালুকদাৰ উপস্থিত থাকে।

Previous Post

চাইবাৰ অপৰাধীৰ গ্ৰাসত অসমৰ বহু কেইগৰাকী স্বনামধন্য সাহিত্যিকৰ গ্ৰন্থ

Next Post

ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু

ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8