• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 29, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ এক নিযুক্তি সমাৰোহ অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব।

শনিবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১২ বাজি ৩০ মিনিটত মুখ্যমন্ত্ৰী নিযুক্তি সমাৰোহ অনুষ্ঠানত বিতৰণ কৰিব চৰকাৰী বিভাগত নৱনিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক।

উল্লেখযোগ্য যে, অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, জলসিঞ্চন বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগত নিৰ্বাচিত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰে ভিতৰত কৰ্মচাৰী বিভাগত ১২০ জন, গৃহ বিভাগত ৬৯ জনক নিযুক্তি পত্ৰ দিয়াৰ উপৰিও বিত্ত বিভাগত ৩৩ জন, পৰিবহণ বিভাগত ৫ জন, শ্ৰমিক কল্যাণ বিভাগত ১৮ জন, জলসিঞ্চন বিভাগত ৩২৫ জন, আবকাৰী বিভাগৰ ৭ জন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩ জনক নিযুক্তি দিয়াৰ লগতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ৪ জন, ৰাজহ আৰু দুৰ্যোগ বিভাগত ৩১ জন, উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ জনে লাভ কৰিব নিযুক্তি পত্ৰ।

Previous Post

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ

Next Post

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ লাখ লাখ টকা

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ লাখ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8