• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 27, 2022
in ৰাজনীতি, অসম
1 min read
0
অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদত মোক্ষম আঘাত হানি সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰিলে। উল্লেখযোগ্য যে, দলৰ প্রতিষ্ঠাকালৰ অন্যতম গুৰি ধৰোতা আছিল বসুমতাৰী।
তেওঁ ২০২১ত ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ প্রাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
অৱশ্যে বসুমতাৰীয়ে ধেমাজিত দ্বিতীয় স্থান লাভ কৰি পৰাজিত হৈছিল। অজাপৰ প্রাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট পোৱা ব্যক্তি আছিল তেওঁ। মাজুলীৰ উপ-নিৰ্বাচনতো বিৰোধীৰ সন্মিলিত প্রাৰ্থী আছিল তেওঁ। আজি দলৰ সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে নেতাজনে। কিন্তু কিয় বসুমতাৰীয়ে এই সিদ্ধান্ত ল’ব লগা হ’ল বা তেওঁ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ কাৰ্যপন্থা হাতত ল’ব তালৈ সকলোৱে উৎসুকতাৰে লক্ষ্য ৰাখিব।

Previous Post

শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব নিয়োগ বিনিময় কেন্দ্ৰ

Next Post

বিজেপি বিধায়কৰ বিৰুদ্ধে ৩০ প্ৰশাসনিক বিষয়াৰ গুৰুতৰ অভিযোগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিজেপি বিধায়কৰ বিৰুদ্ধে ৩০ প্ৰশাসনিক বিষয়াৰ গুৰুতৰ অভিযোগ

বিজেপি বিধায়কৰ বিৰুদ্ধে ৩০ প্ৰশাসনিক বিষয়াৰ গুৰুতৰ অভিযোগ

উচ্চ ৰক্তচাপত ভুগি আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই! এতিয়া সমাধান আহি গ’ল

উচ্চ ৰক্তচাপত ভুগি আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই! এতিয়া সমাধান আহি গ'ল

গুৱাহাটীত দুটি শিশুক অপহৰণ দুৰ্বৃত্তৰ

গুৱাহাটীত দুটি শিশুক অপহৰণ দুৰ্বৃত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8