• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰবাসীয়ে পানীৰ বাবে ভৰিব লাগিব ১০,০০০ টকা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 30, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
মহানগৰবাসীয়ে পানীৰ বাবে ভৰিব লাগিব ১০,০০০ টকা!
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত এতিয়া খোৱাপানীৰ বাবে ভৰিব লাগিব ১০ হাজাৰ টকা। ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ অধীনষ্ঠ চেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটিয়ে এই সন্দৰ্ভত বাতৰি কাকতৰ জৰিয়তে জাৰি কৰিছে এক ৰাজহুৱা জাননী।

ৰাজহুৱা জাননী নং ৩/২০২২ ত উল্লেখ কৰা মতে ভূ গৰ্ভৰ পানী যিবোৰ ফ্লেটত, হাউচিং চোচাইটিত, চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, মাইনিং প্ৰজেক্ট, চুইমিং পুল আদি ব্যৱহাৰ কৰে তেওঁলোকে CGWA ত ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব। সাধাৰণ ভাষাত আপোনাৰ ঘৰত যদি পানী বৰিং আছে তেনেহ’লে এই নিৰ্দেশনা অনুসৰি ১০ হাজাৰ টকা পঞ্জীয়ন মাছুল দি আৱেদন জনাব লাগিব। ব্যক্তিগতভাৱে থকা পৰিয়ালক বাদ দি ফ্লেট, এপাৰ্টমেন্টৰ সকলোৱে এই নিৰ্দেশনা মানিব লাগিব।

অৰ্থাৎ এতিয়া মহানগৰবাসীয়ে অনুমতি অৱিহনে বৰিং কৰিলে আৰু ভূ গৰ্ভৰ পানী ব্যৱহাৰ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। যি সময়ত মহানগৰবাসীক খোৱাপানীৰ যোগান ধৰিবৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি বছৰৰ পাছত বছৰ ধৰি পানী দিব পৰা নাই তেনে সময়ত কোনোবাই নিজৰ ধন ব্যয় কৰি ভূ পৃষ্ঠৰ পৰা পানী আহৰণ কৰিলেও ১০ হাজাৰ টকাকৈ ধন দিব লাগিব চৰকাৰক।

কৃত্ৰিম বান, ভূমিস্খলন, বেয়া বাট-পথ, নিৰাপত্তহীনতা আদি অজস্ৰ সমস্যাৰে জৰ্জৰিত মহানগৰবাসীক এতিয়া পানীৰ নামত এই ১০ হাজাৰ টকাৰ বোজা জাপি দিব বিছৰা হৈছে।

Previous Post

আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

Next Post

Copyright Act.ত গ্রেপ্তাৰ এগৰাকী যুৱতী

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
Copyright Act.ত গ্রেপ্তাৰ এগৰাকী যুৱতী

Copyright Act.ত গ্রেপ্তাৰ এগৰাকী যুৱতী

মণিপুৰত ভূমিস্খলনঃ ২ গৰাকী নিহত, সন্ধানহীন ২০ গৰাকী

মণিপুৰত ভূমিস্খলনঃ ২ গৰাকী নিহত, সন্ধানহীন ২০ গৰাকী

কামাখ্যা মাৰ আৰ্শীবাদ লৈ গোৱা ভ্ৰমণ একনাথ সিন্দে বাহিনীৰ! সমাপ্ত হ’ব বিসম্বাদ!

একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী, আজি সন্ধিয়া ল’ব শপত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8