• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিৱসাগৰলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা উপহাৰ ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 2, 2022
in ৰাজনীতি, অসম
1 min read
0
শিৱসাগৰলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা উপহাৰ ঘোষণা
Share on FacebookShare on Twitter
  • হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিৱসাগৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়।
  • ২০২৪ ৰ পূৰ্বে চৰাইদেউ চিকিৎসা মহাবিদ্যালয় ৰাইজৰ বাবে মুকলি কৰিব।
  • অসম চৰকাৰে শিৱসাগৰত তিনিটা বৃহৎ প্ৰকল্পৰ প্ৰস্তাৱ কৰিছে।
  • সেই অনুসৰি বৰ্তমানৰ টাই আহোম যাদুঘৰ সংবৰ্ধন কৰি অসমৰ বিভিন্ন ঠাইত সিচঁৰতি হৈ থকা ঐতিহাসিক সমলসমূহ ইয়ালৈ অনা হ’ব।
  • দ্বিতীয়তে ৰংঘৰৰ সমিপত থকা ৭৮ বিঘা মাটি চৰকাৰে অধিগ্ৰহণ কৰিব।
  • ইয়াৰ বাবে ৰাইজক চৰকাৰে প্ৰদান কৰিব উপযুক্ত ক্ষতিপূৰণ।
  • এই ভূমিত চৰকাৰে নিৰ্মাণ কৰিব কেইবাটাও সৰু সৰু মুকলি মঞ্চ আৰু অতিথি গৃহ।
  • ইয়াত সকলোৱে কৰিব পাৰিব বিহুৰ আখৰা।
  • বিহুৰ এই আখৰাৰ পিছত চূড়ান্ত প্ৰদৰ্শন ৰংঘৰৰ পৰা চাব পৰাৰ ব্যৱস্থা কৰা হ’ব।

  • ৰংঘৰ আৰু ইয়াৰ সমীপত অধিগ্ৰহণ কৰা ভূমিত সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰা হ’ব।
  • ৰংঘৰত কৰা হ’ব পোহৰ আৰু শব্দৰ ব্যৱস্থা।
  • ইয়াৰ জৰিয়তে আহোম ৰাজত্বৰ ইতিহাসক প্ৰদৰ্শন কৰা হ’ব।
  • শিৱসাগৰ জিলাৰ পানীৰ সমস্যা সমাধানৰ বাবেও পদক্ষেপ গ্ৰহণ।
  • চৰাইদেউ অধ্যয়ন কৰি বিশ্বঐতিহ্যক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা চলোৱা দলৰ হাতত দিয়া হৈছে শিৱসাগৰৰো দায়িত্ব।
  • শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে দলটোৱে চলাব অধ্যায়ন।
  • ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব চৰকাৰে।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ঘোষণাৰ বাবে অখিল গগৈয়ে ধন্যবাদ জনাইছে।
Previous Post

ৰাইজ এৰি সাধাৰণ মানুহ হ’ল বহু নেতা-কৰ্মী!

Next Post

নিষিদ্ধ হ’ব আপোনাৰ Whatsapp

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিষিদ্ধ হ’ব আপোনাৰ Whatsapp

নিষিদ্ধ হ'ব আপোনাৰ Whatsapp

সমগ্ৰ দেশে পালন কৰিছে পবিত্ৰ ঈদ

সমগ্ৰ দেশে পালন কৰিছে পবিত্ৰ ঈদ

গুৱাহাটী পৌৰ নিগমৰ নতুন মেয়ৰ মৃগেণ শৰণীয়া

গুৱাহাটী পৌৰ নিগমৰ নতুন মেয়ৰ মৃগেণ শৰণীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8