• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেন্দ্ৰক অসমৰ বান পৰিস্থিতিক “জটিল” ঘোষণা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 9, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক “জটিল” বুলি ঘোষণা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে SDRFৰ পৰা লাভ কৰা ৩২৭ কোটি টকাৰ উপৰি NDRFৰ ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক। এন ডি আৰ এফৰ ফাণ্ডৰ পৰা আগতীয়া কিস্তি মুকলি কৰিবলৈ অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ পেকেজৰ কথা নাহে, ক্ষতিপূৰণ অনুসাৰে কেন্দ্ৰই সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হোৱাৰ কথা উল্লেখ কৰি আগষ্টৰ ভিতৰত SDRFৰ টকাৰে সাহায্য দিয়াৰ কথা প্ৰকাশ কৰে। SDRFৰ একাউণ্টৰ ধন শেষ হ’লে NDRFৰ পৰা টকা পোৱাৰ আশা ব্যক্ত কৰে।

Previous Post

অমৰনাথৰ ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি

Next Post

ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত ক’ভিডত আক্ৰান্ত ২৯৪ জন, মৃত্যু দুজনৰ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
আকৌ ক’ভিডঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫২৩৩জন, ৭জনৰ মৃত্যু

ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত ক'ভিডত আক্ৰান্ত ২৯৪ জন, মৃত্যু দুজনৰ

প্ৰৱঞ্চনাৰ অভিযোগ উঠা জোনমণি ৰাভাক তাৎক্ষণিক ভাৱে বদলি

অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়া জোনমনিয়ে!

ঈদৰ SOP! আইন মানি সকলোকে পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ

ঈদৰ SOP! আইন মানি সকলোকে পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8