• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেঁচা চাহপাত, গাখীৰত GST লগোৱা মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ পৰা বান সাহায্য বিচৰাৰ সাহস নাইঃ ৰকিবুল হুছেইন

নিউজ ডেস্ক by নিউজ ডেস্ক
July 6, 2022
in ৰাজনীতি, অসম
1 min read
0
কেঁচা চাহপাত, গাখীৰত GST লগোৱা মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ পৰা বান সাহায্য বিচৰাৰ সাহস নাইঃ ৰকিবুল হুছেইন
Share on FacebookShare on Twitter

কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰক ভালৰি বুলাবলৈ সাহায্য নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। দুৰ্যোগৰ সময়ত গাখীৰ, কেঁচা চাহপাত, জলপানৰ ওপৰত লগাব বিচাৰিছে GST, আজি এক সংবাদমেলযোগে ৰাজ্য চৰকাৰক এইদৰে কটাক্ষ কৰিলে ৰকিবুল হুছেইনে।

ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত ৰকিবুল হুছেইনে কয়, ‘‘গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়৷ বানৰ সময়ত আগতে যিদৰে ৰিলিফ পাইছিল, বৰ্তমান তেনেদৰে ৰিলিফ পোৱা নাই বুলি জনাইছে৷ বানপানীৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা পেকেজ কেন্দ্ৰীয় চকৰকাৰক বিচাৰিব বুলি আশা কৰিছিলো৷ কিন্তু আচৰিত ভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বানত সাহায্য দিব পৰা টকা চৰকাৰৰ হাতত আছে৷’’ চৰকাৰে ১ হাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে৷ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই৷ কেন্দ্ৰক ভালৰি বুলাবলৈ কেন্দ্ৰক সাহায্য নালাগে বুলি কৈছে৷ চৰকাৰৰ মূৰত এক লাখ দহ হাজাৰ কোটি টকাৰ ঋণৰ বোজা আছে৷ সংবাদমেলত এইদৰে কয় ৰকিবুল হুছেইনে।

Previous Post

অগ্নিপথ প্ৰকল্পৰ নৌসেনাত ২০% পদ মহিলাৰ বাবে হ’ব সংৰক্ষিত!

Next Post

চতুৰ্থবাৰলৈ ক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
Next Post
চতুৰ্থবাৰলৈ ক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক!

চতুৰ্থবাৰলৈ ক'ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক!

নগাঁৱত যুৱতী সহ চাৰি ড্ৰাগছ আসক্তক কৰায়ত্ব

নগাঁৱত যুৱতী সহ চাৰি ড্ৰাগছ আসক্তক কৰায়ত্ব

বানৰ পিছত নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক!

নগাঁৱত জাপানীজ এনকেফেলাইটিজত আৰু ডায়েৰিয়াত মৃত্যু ৫ জনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8