• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ
Share on FacebookShare on Twitter

নতুন বছৰৰ প্ৰথমটো দিনত কইনাধৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে, ২০২১ বৰ্ষটো অসমৰ বাবে যথেষ্ট বেদনাৰ বৰ্ষ আছিল, কাৰণ ক’ভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা আৰু আপোন মানুহক লৈ গ’ল। ভাল খবৰো আছিল বহু। বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা অসমে এগৰাকী কেবিনেট মন্ত্রী পালে আৰু ই অসমৰ ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এক গুৰুত্বপূৰ্ণ ঘটনা।
সেইদৰে লাভলীনা বৰগোঁহাইয়ে খেলৰ পথাৰত অসমক বহু উচ্ছ পৰ্যায়লৈ লৈ গ’ল। বিজ্ঞান আৰু সাহিত্যৰ দিশৰ পৰাও ২০২১ বৰ্ষটো অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।
‘অসম চুক্তিৰ ছয় নং দফাক লৈ চৰকাৰ বিশেষ আগবাঢ়িব পৰা নাই৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত বৰ্তমানৰ জনজাতীয় লোকে বাধা দিছে।
তদুপৰি, এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব।মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হ’ব বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে।
AFSPA চাৰিমাহৰ পিছত অসমত পুনৰ ৰিনিউ হ’ব সেই সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব বুলি তেওঁ কয়। বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল আৰু তাৰে প্ৰায় ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায়।

Previous Post

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

Next Post

আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

আকৌ অৱনতি ঘটিব নেকি ক'ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

‘এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ’ বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত ‘ট্ৰেক’ ফ্লেগ অফ

'এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ' বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত 'ট্ৰেক' ফ্লেগ অফ

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8