• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

মিছন সদ্ভাৱনাৰ জৰিয়তে জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়
Share on FacebookShare on Twitter

জনতা ভৱনত কৰ্মচাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময় অনুষ্ঠান। ‘সদ্ভাৱনা প্রকল্প’ৰ শুভাৰম্ভৰ অংশস্বৰূপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অন্তৰংগ আলাপ অনুষ্ঠান আয়োজিত কৰা হয়। অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাই ‘বহু কাম সময়মতে নিষ্পত্তি নহয় জনতা ভৱনত। ফাইলসমূহ পেণ্ডিং হৈ থাকে,হাতত কাগজ লৈ ঘূৰি ফুৰিব লগা হয় জনতা। পেঞ্চনাৰসকলে পেঞ্চন সময়মতে নাপায়। জনতা ভৱনৰ টেবুলতে পৰি ৰয় বহু কামৰ ফাইল’বুলি স্বীকাৰ কৰে।
জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য ‘মিছন সদ্ভাৱনা’ আৰম্ভ কৰা হ’ব ১ ফেব্রুৱাৰীৰ পৰা। এই প্ৰকল্পৰ জৰিয়তে ১০ মে’তাৰিখৰ ভিতৰত জনতা ভৱনৰ পুৰণি ফাইলৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ‘এনেই পৰি ৰোৱা ফাইলসমূহ জনতা ভৱনৰ পৰা আঁতৰোৱা হ’ব। অলাগতিয়ালভাৱে পৰি ৰোৱা আচবাবসমূহ আঁতৰোৱা হ’ব জনতা ভৱনৰ পৰা। ইতিমধ্যে সদ্ভাৱনা পৰ্টেল মুকলি কৰা হৈছে। আবেদনকাৰীয়ে এই পৰ্টেলযোগে আবেদন কৰিব পাৰিব। ‘জনতাই পৰ্টেল যোগে আবেদন কৰা বিষয়সমূহ নিষ্পত্তি কৰা হ’ব এই মিছনৰ অংশস্বৰূপে। ই- অফিচো মুকলি কৰা হৈছে। ডিজিটেলি চৰকাৰী বিভাগৰ কাম সমাপনৰ লক্ষ্য লোৱা হৈছে। এই পদ্ধতিৰ দ্বাৰা কামৰ সময় আৰু শ্রম ৰাহি হ’ব। ইয়াৰ ফলত কাগজ ৰাহি হোৱাৰ লগতে বিভাগসমূহৰ তথ্য (ডাটা) হেৰুওৱা সম্ভাৱনা কমিব বুলি আশা কৰা হৈছে।

Previous Post

পৰীক্ষাগৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু

Next Post

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

অসমে সম্পূৰ্ণ কৰিলে ৪ কোটি ভেকচিন প্ৰদানৰ কাম

অসমে সম্পূৰ্ণ কৰিলে ৪ কোটি ভেকচিন প্ৰদানৰ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8