• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ৰাজনীতি, অসম, গুৱাহাটী
1 min read
0
বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ
Share on FacebookShare on Twitter

দুদৰ্শাই যেন লগ নেৰা হৈছে প্ৰদেশ কংগ্ৰেছক। বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে নিশা আচম্বিতে পদত্যাগ কৰে জালুকবাৰী ব্লক কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছলৈ নিৰ্বাচিত সদস্য, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আৰু বৰাক উপত্যকাৰ মহিলা কংগ্ৰেছৰ তত্বাৱধায়ক, দলৰ মিডিয়া পেনেলিষ্ট আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ বিউটি ৰাজবংশীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ লিখা পদত্যাগ পত্ৰত বিউটী ৰাজবংশীয়ে ৰাজহুৱা কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।

ইফালে পদত্যাগ কৰা বিউটি ৰাজবংশীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৫ নং ৱাৰ্ডৰ তেওঁৰ মালিগাঁও বৰিপাৰাস্থিত ঘৰৰ ওচৰৰ ভাতৃ সদৃশ সঞ্জয় দাসক বিজেপি দলে টিকট প্ৰদান কৰা বাবে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যকে ধৰি সকলো দলীয় পদবীৰ পৰা পদত্যাগ কৰিছে। সঞ্জয় দাসক দলীয় টিকট প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰি বিউটি ৰাজবংশীয়ে উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি যাব বুলি সদৰি কৰিছে।

Previous Post

নিউজ বুলেটিন

Next Post

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8