• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা কংগ্ৰেছ নেতাৰ! উত্তাল সদন

নিউজ ডেস্ক by নিউজ ডেস্ক
July 28, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক সমৰ্থন দিব জনতা দলে
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক লৈ বিবাদিত মন্তব্য কৰাৰ পাছতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, সদনত চলি আছে বৰ্ষাকালীন অধিবেশন। সাংসদ অধীৰ ৰঞ্জনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক ‘ৰাষ্ট্ৰপত্নী’ বুলি মন্তব্য কৰা এটা মন্তব্যক লৈ উত্তাল হৈছে সদন। নেতা গৰাকীৰ এই মন্তব্যৰ পাছতেই ক্ষমা খোজাৰ দাবী তুলিছে বিজেপিয়ে।

উল্লেখ্য যে, বুধবাৰে সংবাদ মাধ্যমৰ সৈতে কথা বতৰা পতাত সাংসদ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ সলনি ‘ৰাষ্ট্ৰপত্নী’ শব্দ ব্যৱহাৰ কৰি মন্তব্য কৰে। এই সন্দৰ্ভত স্পষ্টীকৰণ দি বৃহস্পতিবাৰে সাংসদ গৰাকীয়ে কয় যে ”মোৰ মুখৰ পৰা ভুলবশতঃ শব্দটো ওলাইছিল। কিন্তু বিজেপিৰ হাতত বিবাদ কৰিবলৈ কোনো কথা নাই বাবে এই কথাটোত বিতৰ্ক কৰিছে”।

Previous Post

আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, অসমৰ ৭ খেলুৱৈয়ে লৈছে অংশ

Next Post

এলেন দেউৰীক অসম অলিম্পিক সন্থাই দিলে এক লাখ টকা! চৰকাৰে দিব চাকৰি

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
এলেন দেউৰীক অসম অলিম্পিক সন্থাই দিলে এক লাখ টকা! চৰকাৰে দিব চাকৰি

এলেন দেউৰীক অসম অলিম্পিক সন্থাই দিলে এক লাখ টকা! চৰকাৰে দিব চাকৰি

ডুৱেল ইনভাৰ্টাৰ এয়াৰ কণ্ডিচনাৰ বিক্ৰীত LG ৰ অভিলেষ সৃষ্টি

ডুৱেল ইনভাৰ্টাৰ এয়াৰ কণ্ডিচনাৰ বিক্ৰীত LG ৰ অভিলেষ সৃষ্টি

শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ! পুনৰ এগৰাকী মহিলাৰ মৃত্যু

শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ! পুনৰ এগৰাকী মহিলাৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8