অসমত সমাপ্ত হোৱাৰ দিশে কংগ্ৰেছৰ অস্তিত্ব । কংগ্ৰেছৰ শিবিৰত মোক্ষম আঘাত হানি সোমবাৰে পুনৰ এগৰাকী বিধায়কে যোগদান কৰিলে বিজেপিত ।
সোমবাৰে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে পৰিধান কৰে গেৰুৱা বসন । উল্লেখ্য যে বৰ্তমানো বিধায়ক গৰাকীয়ে পদত্যাগ কৰা নাই ৰহাৰ বিধায়কৰ পদ ।