• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা গুজৰাটত আৰম্ভ হৈছে কংগ্ৰেছৰ ‘পৰিৱৰ্তন সংকল্প যাত্ৰা’

নিউজ ডেস্ক by নিউজ ডেস্ক
November 1, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
আজিৰে পৰা গুজৰাটত আৰম্ভ হৈছে কংগ্ৰেছৰ ‘পৰিৱৰ্তন সংকল্প যাত্ৰা’
Share on FacebookShare on Twitter

আজিৰে পৰা গুজৰাটত অনুষ্ঠিত হ’ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘পৰিৱৰ্তন সংকল্প যাত্ৰা’ । এই সংকল্প যাত্ৰাত ১৪৫ খন জনসভা আৰু ৯৫টা পদযাত্ৰাৰ জৰিয়তে প্ৰায় ৫ হেজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰিব কংগ্ৰেছৰ নেতা সকলে। আশা কৰা হৈছে যে ৪.৫০ কোটিৰো অধিক লোক এই যাত্ৰাৰ সৈতে জড়িত হ’ব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছে সোমবাৰে আয়োজন কৰাৰ কথা আছিল ‘পৰিৱৰ্তন সংকল্প যাত্ৰা’ৰ। কিন্তু ৰবিবাৰে সন্ধিয়া গুজৰাটৰ মৰবী নদীৰ ওপৰত সংঘটিত হোৱা দুৰ্ঘটনাটিৰ বাবে য’ত বৰ্তমানলৈ ১৩২ গৰাকী লোকৰ প্ৰাণহানি হৈছে, স্থগিত ৰখা হয় এই কাৰ্যসূচী। তাৰ পৰিৱৰ্তে মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত কৰা হ’ব এই অনুষ্ঠান। দলটিৰ শীৰ্ষ নেতা যেনে, ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেষ বাঘেল, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দিগ্ববিজয় সিং তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শচীন পাইলট উপস্থিত থাকিব এই যাত্ৰাত ।

এই যাত্ৰাৰ পূৰ্বৰে পৰাই গুজৰাট বিধান সভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই অহা কংগ্ৰেছ দলে ঘোষণা কৰিছিল যে, ৰাজ্যখন বিজেপি মুক্ত হ’লে ১০ লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা, কৃষক সকলৰ ৩ লাখ টকালৈ ঋণ মাফ, ৰাজহুৱা খণ্ডত ১০ লাখ নিযুক্তি আৰু ৩ হেজাৰ খন চৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব।

Previous Post

আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

Next Post

অসমত কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা আৰম্ভ!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
অসমত কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা আৰম্ভ!

অসমত কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰা আৰম্ভ!

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

উন্নত চিকিৎসাৰ বাবে বুধবাৰে বাংগালোৰলৈ নিয়া হ’ব অখিল গগৈক

ডিব্ৰুগড়ত বাইক আৰোহীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

ডিব্ৰুগড়ত বাইক আৰোহীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8