• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ঐক্যমত! শাৰদ পাৱাৰেই হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!
Share on FacebookShare on Twitter

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব ? বৰ্তমান সময়ত দেশৰ ৰাজনীতি গৰম কৰি ৰখা এক অন্যতম আলোচ্য বিষয় দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। নিৰ্বাচন আয়োগে ইতিমধ্যে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দিন ১৮ জুলাই বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি শাসনাধিস্ত বিজেপিয়ে পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব বুলি কেইবাজনো ৰাজ্যপালৰ নাম চৰ্চালৈ অহাৰ সমান্তৰালকৈ বিৰোধী দল সমূহে এগৰাকী ঐক্যবদ্ধ ব্যক্তিক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা পৰিকল্পনা প্ৰস্তুত কৰিছে। সেই উদ্দেশ্যৰে বিৰোধী দল সমূহৰ মাজত বৈঠক অব্যাহত আছে।

বিৰোধী দলমসূহৰ মাজত হোৱা বৈঠকত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শাৰদ পাৱৰক প্ৰক্ষেপ কৰাৰ সপক্ষে বহুমতত উপনীত হৈছে বুলি খবৰ প্ৰকাশ পাইছে। আশা কৰা হৈছে বিৰোধীয়ে সৰ্বশেষত শাৰদ পাৱাৰকে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে অলপতে মুম্বাইত শাৰদ পাৱৰক সাক্ষাৎ কৰিছিলয মল্লিকাৰ্জুন খাৰ্গেয়ে শাৰদ পাৱাৰলৈ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীৰ হৈ বাৰ্তা বহন কৰিছিল।

একে সময়তে খাৰ্গেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতেও এই বিষয়ে কথা পাতিছিল। কংগ্ৰেছ নেতাগৰাকীয়ে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতেও ফোনযোগে এই বিষয়ত কথা পাতিছে মমতা বেনাৰ্জীয়ে বুধবাৰে দিল্লীৰ সংবিধান ক্লাবত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এক যুটীয়া ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ বিৰোধী দলৰ বৈঠকো আহ্বান কৰিছে। আনহাতে দেওবাৰে, শাৰদ পাৱাৰলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ হৈ দলটোৰ সাংসদ সঞ্জয় সিঙেও ফোন কৰি ৰাষ্ট্ৰতি নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তাৱ দিছিল।

অৱশ্যে শাৰদ পাৱাৰে এই প্ৰস্তাৱত এতিয়াও সন্মতি জনোৱা নাই। উল্লেখ্যে যে, শাদৰ পাৱাৰক বিৰোধী পক্ষই যদি একত্ৰিত ভাৱে ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব পাৰে তেন্তে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰূপ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিধিগত যিমান ভোট আছে তাৰ ৫১ শতাংশই আছে বিৰোধী পক্ষৰ হাতত।

Previous Post

সফল হবলৈ হ’লে নম্বৰ নহয় প্ৰতিভাৰহে প্ৰয়োজন! উদাহৰণ- ভাৰুচৰ এইগৰাকী জিলা উপায়ুক্ত

Next Post

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

“বোকা নৃত্য ছালৰ বাবে ভাল”- জুবিন গাৰ্গ

"বোকা নৃত্য ছালৰ বাবে ভাল"- জুবিন গাৰ্গ

অঘটন! মহানগৰীত বাছ যাত্ৰীৰ পৰা লুটিলে ১ লাখ

অঘটন! মহানগৰীত বাছ যাত্ৰীৰ পৰা লুটিলে ১ লাখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8