• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত ক’ৰোনাৰ ভয়ংকৰ ৰূপ! আজি সকলো মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
দেশত ক’ৰোনাৰ ভয়ংকৰ ৰূপ! আজি সকলো মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ
Share on FacebookShare on Twitter

ভাৰতত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৫০০০ৰ কাষ চাপিছে। ক’ৰোনাৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই বাধা–নিষেধ আৰোপ কৰিছে। দেশত বৰ্ধিত ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে সৈতে ক’ৰোনাৰ পৰিস্থিতিৰ ওপৰত বৈঠকত বহিব। আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত ক’ৰোনা প্ৰতিৰোধৰ ওপৰত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড–১৯ মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ প্ৰস্তুতি, টিকাকৰণ অভিযানৰ স্থিতি, অমিক্ৰনৰ সংক্ৰমণ আৰু জন স্বাস্থ্যৰ প্ৰতি প্ৰভাৱৰ সমীক্ষা কৰাৰ বাবে এক উচ্চস্তৰীয় বৈঠকৰ নেতৃত্ব দিয়ে। ইয়াৰ মাজতে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ বৰ্ধিত ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব।

Previous Post

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

Next Post

ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক’ৰোনাত আক্ৰান্ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক’ৰোনাত আক্ৰান্ত

ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক'ৰোনাত আক্ৰান্ত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8