• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল
Share on FacebookShare on Twitter

ক’ৰোনাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ক’ভিড পজিটিভ হোৱা বুলি নিজেই টুইটাৰত সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে। নিজকে হোম আইচলেচনত ৰখা বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি লিখিছে যে ”মই কোভিড পজিটিভ। মোৰ শৰীৰত কোভিডৰ মৃদু লক্ষণ আছে। ঘৰত নিজকে মই পৃথক কৰি ৰাখিছো।

যিসকলে যোৱা কেইদিনমানত মোৰ সৈতে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক।” উল্লেখ্য যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল। দিল্লীত কোভিডৰ তীব্ৰ সংক্ৰমণ অব্যাহত আছে।
দিল্লীত সোমবাৰে ২৪ ঘণ্টাত ৪,০৯৯ টা নতুন কোভিড পজিটিভ ঘটনা ধৰা পৰিছে। এক চৰকাৰী বিবৃতি অনুসৰি দিল্লীত কোভিড পজিটিভৰ হাৰ হৈছে ৬.৪৬ শতাংশ। প্ৰায় ৬,২৮৮ জন কোভিড-১৯ ৰোগী নিজ ঘৰত হোম আইলেচনত আছে। বৰ্তমানে দিল্লীত ক’ৰনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি সম্পূৰ্ণ কাৰ্ফিউ জাৰি কৰা হৈছে।

Previous Post

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

Next Post

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক’ভিড ভেকচিন প্ৰদান

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক'ভিড ভেকচিন প্ৰদান

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8