• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘অগ্নিপথ’ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 23, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
‘অগ্নিপথ’ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত নিযুক্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ’ সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ( মাৰ্ক্সবাদী ) ঢকুৱাখনা সমিতি। ভাৰতৰ অখণ্ডতা আৰু ভৌগলিক অস্তিত্ব সুৰক্ষাকাৰী ভাৰতীয় সেনাৰ মান মৰ্যদাক পদপিষ্ট কৰি সৰ্ব শক্তিধৰ প্ৰতিৰক্ষা বিভাগটোক লৈ বিজেপি চৰকাৰে গ্ৰহণ কৰা হঠকাৰী, বিতৰ্কিত সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে ঢকুৱাখনা নগৰত সাব্যস্ত হয় ৰাজহুৱা প্ৰতিবাদ।

CPI(M)ৰ ঢকুৱাখনা লোকেল সমিতিৰ উদ্যোগত নগৰৰ গান্ধী মৈদান প্ৰাংগণত বৃহস্পতিবাৰে দুপৰীয়া দলৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ উপস্থিতিত ৩ ঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। চি পি আই (এম)ৰ ৰাজ্যিক সদস্য গোপাল গগৈ, লখিমপুৰ জিলা সমিতিৰ সদস্য লক্ষীধৰ সেনচোৱা, পূৰ্ণানন্দ ফুকন , টংকেশ্বৰ গগৈ, ঢকুৱাখনা লোকেল সমিতিৰ সম্পাদক গহীন চুতীয়া , মাছখোৱা লোকেল সমিতিৰ সম্পাদক ভবেন বৰুৱা আৰু গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকর্তা উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় সেনাৰ মনোবল আৰু মৰ্য্যদা অটুট ৰখাৰ স্বাৰ্থত এই বিতৰ্কিত পন্থাৰে নিযুক্তিৰ সিদ্ধান্ত তৎকালে বাতিল কৰাৰ দাবী জনোৱা হয়।

Previous Post

আজি ত্ৰিপুৰাত বিধানসভাৰ উপ–নিৰ্বাচন

Next Post

নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8