• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩০ জুন ডেডলাইন! আধাৰ কাৰ্ডকলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
৩০ জুন ডেডলাইন! আধাৰ কাৰ্ডকলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা
Share on FacebookShare on Twitter

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, আধাৰ কাৰ্ডৰ কাম চলি আছে আৰু চলি থাকিব। ইফালে ৩০ জুনৰ ভিতৰত আধাৰ কাৰ্ডৰ দিয়াৰ বাবে সকলো ব্যৱস্থা লবলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিশে মুখ্যমন্ত্ৰীয়ে। লগতে চাহ বাগান অঞ্চলৰ লোকে যিহেতু এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, গতিকে তেওঁলোকৰ বাবেও বিশেষ ব্যৱস্থা কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। সোমবাৰে তেজপুৰত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে বৈঠকত অংশ গ্ৰহণ কৰাৰ পিছতে এই মন্তব্য কৰে।

উল্লেখ্য যে, যদি আপুনি এতিয়াও নিজৰ পেন কাৰ্ডৰ আধাৰৰ সৈতে লিংক কৰা নাই তেন্তে শীঘ্ৰে সম্পন্ন কৰি লওক এই কাম। পেন-আধাৰ লিংকৰ অন্তিম সময়সীমা আছিল ৩১ মাৰ্চ, ২০২২। কিন্তু এতিয়া জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সময়সীমা ৩০ জুন ২০২২লৈকে বৃদ্ধি কৰিছে। কিন্তু এই সময়ছোৱাৰ ভিতৰত আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰোতে আপুনি পৰিশোধ কৰিব লাগিব ৫০০ টকাৰ জৰিমনা। আৰু যদিহে এজন পেন কাৰ্ড হোল্ডাৰে নিজৰ পেন কাৰ্ডৰ সৈতে তেওঁৰ আধাৰ নম্বৰ লিংক কৰিবলৈ এই সময়ছোৱাৰ ভিতৰতো সক্ষম নহয় তেন্তে জুলাই মাহৰ পৰা ১০০০ টকা জৰিমনা পৰিশোধ কৰিব লাগিব।

Previous Post

পেংগুইনৰ প্ৰস্ৰাৱেৰে গঠিত এণ্টাৰ্কটিকাৰ বৰফ

Next Post

প্ৰায় তিনিঘণ্টীয়া জেৰাৰ অন্তত, ইডিৰ কাৰ্যালয়ৰ পৰা উভতিল ৰাহুল গান্ধী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰায় তিনিঘণ্টীয়া জেৰাৰ অন্তত, ইডিৰ কাৰ্যালয়ৰ পৰা উভতিল ৰাহুল গান্ধী

প্ৰায় তিনিঘণ্টীয়া জেৰাৰ অন্তত, ইডিৰ কাৰ্যালয়ৰ পৰা উভতিল ৰাহুল গান্ধী

শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে ICC প্লেয়াৰ অফ দা মান্থ

শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে ICC প্লেয়াৰ অফ দা মান্থ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8