• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হাফলঙৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
হাফলঙৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
Share on FacebookShare on Twitter

আজি হাফলঙত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকখন কেইবাটাও দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।
কেবিনেট বৈঠকত আজি গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হ’লঃ
অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বিষয়ত কেবিনেটত সিদ্ধান্ত লোৱা হয়৷ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে৷
মৰিগাঁও আৰু শুৱালকুছি মহাবিদ্যালয়ত বাণিজ্য শাখা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ সেইদৰে ৮খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
২১৪ কোটি ব্যয় সাপেক্ষে শিলচৰত এখন মুকলি চিৰিয়াখানা স্থাপন কৰা হ’ব৷
মৰাণ, মটক, বড়ো কছাৰী উন্নয়ন পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নীতি নিৰ্ধাৰণ কৰা হৈছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ১০০জন কৰ্মচাৰীৰ দৰমহা ৰাজ্য চৰকাৰে দিব।

Previous Post

অসমত এতিয়াই জাৰি নহয় ক’ভিড সম্পৰ্কীয় নতুন SOP

Next Post

ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

ক’ভিড : বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৮৩৩৯ জন

সকাহ! গুৱাহাটীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া

সকাহ! গুৱাহাটীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8