• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিমুদ্ৰাকৰণ বৈধ! বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2023
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
বিমুদ্ৰাকৰণ বৈধ! বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰা সিদ্ধান্তৰ পক্ষত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। সোমবাৰে এই গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল হোৱা সকলো আবেদন খাৰিজ কৰে। পাঁচগৰাকী ন্যায়াধীশৰ সংবিধানপীঠে কয় যে ২০১৬ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যপালিকাৰ আৰ্থিক নীতিৰ অংশ আছিল, ইয়াক সলনি কৰিব পৰা নাযায়। সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত আৰু কয় যে বিমুদ্ৰাকৰণৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ মাজত আলাপ–আলোচনা হৈছিল। এয়া কেন্দ্ৰৰ একপক্ষীয় সিদ্ধান্ত নাছিল।

ন্যায়াধীশ বি ভি নাগৰত্নই ভিন্ন মত প্ৰকাশ কৰে আৰু অসহমতিপূৰ্ণ সিদ্ধান্ত লিখে। ন্যায়াধীশ এছ এ নাজিৰৰ অধ্যক্ষতাত ৫ সদস্যযুক্ত সংবিধান পীঠত ন্যায়াধীশ বি আৰ গৱাই, এ এছ বোপন্না, ভি ৰামসুব্ৰমণিয়ম আৰু বি ভি নাগৰত্ন অন্তৰ্ভুক্ত আছিল।

সৰ্বোচ্চ ন্যায়ালয়ে কয়, ১০০০ আৰু ৫০০ টকীয়া নোট বন্ধৰ নিৰ্দেশ বৈধ আছিল। কেন্দ্ৰই RBIৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব লাগে। চৰকাৰে ৬মাহ ধৰি আলোচনা কৰিছিল RBIৰ সৈতে। বিমুদ্ৰাকৰণৰ লক্ষ্য–উদ্দেশ্য পূৰণ হ’লনে নাই সেয়া প্ৰাসংগিক নহয়। নোট সলোৱাৰ বাবে ৫২ দিন দিয়া হৈছিল। এয়া অযুক্তিকৰ নাছিল। বিমুদ্ৰাকৰণৰ পক্ষত ৰায় দি ক’লে ৫জনীয়া বিচাৰপীঠক ৪ ন্যায়াধীশে।

অৱশ্যে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৰায় দিলে ন্যায়াধীশ বি ভি নাগৰত্নই। নাগৰত্নৰ মতে বিমুদ্ৰাকৰণ আছিল বে–আইনী। সংসদত আইন প্ৰণয়ণেৰে কৰিব লাগিছিল বিমুদ্ৰাকৰণ। সমগ্ৰ ব্যৱস্থা লোৱা হৈছিল ২৪ ঘণ্টাত। উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৫৮খন আবেদন দাখিল কৰা হৈছিল SCত। আবেদনকাৰীসকলে কৈছিল, বিমুদ্ৰাকৰণে দশাৰ নাগৰিকক হাৰাশাস্তি কৰিছে। কিন্তু ৫জনীয়া বিচাৰপীঠৰ ৪ গৰাকী ন্যায়াধীশে বৈধ আখ্যা দিলে বিমুদ্ৰাকৰণক। এগৰাকী ন্যায়াধীশে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দিলে ৰায়। ৪:১ অনুপাতত বিমুদ্ৰাকৰণৰ পক্ষত ৰায় SCৰ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰি ৫০০ আৰু ১০০ টকীয়া নোট নিষিদ্ধ কৰাৰ ঘোষণা কৰিছিল।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

নৱবৰ্ষত মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ!

নৱবৰ্ষত মহানগৰীত সুৰা বিক্ৰীৰ অভিলেখ!

ৰামটাঙোনৰ বাবে সাজু হওঁক ৰাজ্যবাসীঃ ১০০% বাঢ়িব বিদ্যুৎ মাচুল!

সকাহ! মার্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8