• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
বিজেপিৰ দখলত দেউৰী স্বায়ত্ব শাসিত পৰিষদ
Share on FacebookShare on Twitter

আজি ঘোষণা হ’ল দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ফলাফল। ২২ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিলে ১২ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২ খন আৰু জে পি পিয়ে লাভ কৰিলে ৭ খনকৈ আসন আৰু এখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় লাভ কৰে।

ফলাফল অনুসৰি ১নং শদিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী যতীন চন্দ্ৰ দেউৰী, ২নং কুণ্ডিল সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ৰাম দেউৰী, ৩নং মাৰ্ঘেৰিটা সমষ্টিত বিজেপি প্ৰাৰ্থী যোগেন দেউৰী, ৪নং ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থী ভাস্কৰ দেউৰী, ৬নং কটিয়ৰি সমষ্টিত বিজেপিৰ হিৰণজিৎ বীৰেশ্বৰ দেউৰী, ৭নং ৰাজাবাৰী সমষ্টিত বিজেপিৰ ভৈৰৱ দেউৰী, ১৪ নং গোগামুখ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাকেশ বৰদেউৰী, ১৫ নং বৰদেউৰী সমষ্টিত বিজেপি প্ৰাৰ্থী অমৃত প্ৰভা দেউৰী, ২০ নং বঙালমৰা সমষ্টিত বিজেপিৰ প্ৰফুল্ল দেউৰী, ২১ নং গাভৰু সমষ্টিত বিজেপিৰ ৰমা দেউৰী আৰু ২২ নং গহপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী শশাংক বৰদেউৰীয়ে জয়লাভ কৰে। ১৬ নং বাঁহগড়া সমষ্টিত বিজেপি অগপ প্ৰাৰ্থী নন্দিতা দেউৰীয়ে জয়লাভ কৰে।

আনহাতে ৯নং মাজুলী সমষ্টিত JPP প্ৰাৰ্থী ৰূপ কুমাৰ দেউৰী, ১১ শ্ৰীপানী সমষ্টিত JPP বীণাপানি দেউৰী, ১২ নং জোনাই সমষ্টিত JPP প্ৰাৰ্থী ৰাজেশ দেউৰী, ১৩ নং বৰদলনি সমষ্টিত JPP প্ৰাৰ্থী জিণ্টু চান্দ দেউৰী, ১৭নং সমষ্টিত কাছিকটা সমষ্টিত JPPৰ বীৰেন দেউৰী, ১৮ নং পিছলা সমষ্টিত JPP প্ৰাৰ্থী ৰিংকুমণি দেউৰী আৰু ১৯ নং কিনাপথাৰ সমষ্টিত JPP প্ৰাৰ্থী বিজুমণি দেউৰীয়ে জয়লাভ কৰে।

ইয়াৰ উপৰিও ৫ নং টেঙাপানী, ৮ নং যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়ী হোৱাৰ বিপৰীতে ১০ নং চিচিবৰগাওঁ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে জয়লাভ কৰে।

Previous Post

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

Next Post

টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!

Related Posts

ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!

টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মুকালমুৱাত পথ দুৰ্ঘটনাত নিহত এজন, আহত ৫ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8