• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ শিক্ষকেও দিব লাগিব কৈফিয়তৰ উত্তৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in ৰাজনীতি, অসম, শিক্ষা
1 min read
0
মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!
Share on FacebookShare on Twitter

চৰকাৰী বিদ্যালয়ত এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল খুব এটা আশাব্যঞ্জক নহ’ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ ১০২ খন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক কৈফিয়ৎ তলব অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ। শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।

উল্লেখ্য যে, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শূন্য শতাংশ উত্তীৰ্ণ হোৱা ২৫ খন বিদ্যালয়, ১০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা ৭০ খন বিদ্যালয় আৰু ১০ শতাংশ উত্তীৰ্ণ হোৱা ৭খন বিদ্যালয়সহ মুঠ ১০২ খন বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰি কৈফিয়ৎ তলব কৰা হৈছে।

Previous Post

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

Next Post

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম!

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ'ল মেৰী কম!

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8