- অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীলৈ অন্ধকাৰ নামিছে।
- অবৈধ ভাৱে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীলৈ বিপদ।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীক দিলে বৰ্খাস্তৰ নিৰ্দেশ।
- ৬০ দিনৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
- অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকক দিলে নিৰ্দেশ।
- পূৰ্বৰ সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীৰ কাৰ্যকালত অবৈধভাৱে নিযুক্তি লাভ কৰিছিল এইসকল কৰ্মচাৰীয়ে।