• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 16, 2022
in ৰাজনীতি, আন্তৰ্জাতিক
1 min read
0
ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!
Share on FacebookShare on Twitter
আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁ ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। ট্ৰাম্পে কয়, ‘আমি অৱনতি হোৱা এখন ৰাষ্ট্ৰ।লাখ লাখ আমেৰিকানলোকৰ বাবে, জো বিডেনৰ অধীনত যোৱা দুবছৰ বেদনা, কষ্ট, উদ্বেগ আৰু হতাশা আহিছে। আমেৰিকাক পুনৰ গৌৰৱময় কৰি তুলিবলৈ মই আজি ৰাতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে মোৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ।’
উল্লেখযোগ্য যে, ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰাৰ আশাত প্ৰতিদ্বন্দিতা কৰা ডনাল্ড ট্ৰাম্পে বৰ্তমানলৈকে সেই সময়ৰ পৰাজয়ৰ কথা যেন স্বীকাৰ কৰিব পৰা নাই। তেওঁ বৰ্তমান ৰাষ্ট্ৰপতিৰ দৌৰত পুনৰ দৌৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে বুলিও ইংগিত দিয়ে।
Previous Post

পশ্চিম গুৱাহাটীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

Next Post

WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
আজি ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
শিক্ষা

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

June 6, 2023
বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা
ৰাজনীতি

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

June 6, 2023
Next Post
WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8