• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঢকুৱাখনাত আশাকৰ্মীয়ে জ্বলালে অজন্তা নেওগক!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in ৰাজনীতি, অসম, শিক্ষা
1 min read
0
ঢকুৱাখনাত আশাকৰ্মীয়ে জ্বলালে অজন্তা নেওগক!
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ স্বাস্থ্য বিভাগৰ চালিকা শক্তি স্বৰূপ আশা কৰ্মী সকলৰ প্ৰতি দায়িত্বহীন আৰু বেপৰোৱা মন্তব্য কৰি গণ ৰোষৰ সন্মুখীন হ’ব লগা হৈছে অজন্তা নেওগ। বতৰৰ প্ৰতিকূলতা, বিধ্বস্ত যাতায়ত আৰু দিবা নৈশ একাকাৰ কৰি স্বাস্থ্য বিভাগটোক উজ্জীৱিত কৰি তোলাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অভূতপূৰ্ব অৱদান আগবঢ়াই অহা আশা কৰ্মী সকলৰ পৰিবৰ্তে অংগনৱাদী কৰ্মী সকলৰ বাবেহে এনে সফলতা অৰ্জন কৰা বুলি মন্ত্ৰী নেওগে কৰা কাণ্ডজ্ঞানহীন মন্তব্যত সোচ্চাৰ হৈ উঠিছে খাটি খোৱা নিষ্ঠাবান আশা কৰ্মী সকল।

ৰাজ্যখনৰ বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নেওগে যোৱা ১৮ মাৰ্চত সদনত কৰা এই বিতৰ্কিত মন্তব্যত ক্ষুন্ন ঢকুৱাখনাৰ আশা কৰ্মীসকলে বৃহস্পতিবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে। লাখিমপুৰ জিলা আশা কৰ্মী সন্থাৰ ঢকুৱাখনা ব্লক সমিতিৰ সভানেত্রী দিপা দত্ত আৰু সম্পাদিকা হেম প্ৰভা কোচৰ নেতৃত্বত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ৩০ গৰাকী আশা কৰ্মীয়ে ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য ও চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ মন্ত্ৰী অজন্তা নেওগ মূর্দাবাদ, বিত্তমন্ত্ৰী অজন্তা নেওগ গ’বেক,মন্ত্ৰী অজন্তা নেওগ হুচিয়াৰ,বেপৰোৱা অজন্তা নেওগক মন্ত্ৰী সভাৰ পৰা বহিস্কাৰ কৰক আদি শ্লোগান দি কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথ উত্তাল কৰি তোলে।

আশা কৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ মূল্য দিব নজনা মন্ত্ৰী নেওগক অকমন্য মন্ত্ৰী আখ্যা দি মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুণ্ণ আশা কৰ্মী সকলে। ঢকুৱাখনা খণ্ডৰ আশা কৰ্মীসকলৰ নেত্ৰী দিপা দত্তই আশা কৰ্মীসকলে বিগত অতিমাৰী ক’ৰোনাৰ সময়তো জীৱনকো তুচ্ছ জ্ঞান কৰি অব্যাহত ৰখা নিৰন্তৰ সেৱাৰ বাবে ৰাজ্যখনৰ স্বাস্থ্য বিভাগতো সফল হোৱাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ নিম্নগামী হোৱা বুলি দাবী কৰি আশা কৰ্মী সকলৰ এনে ত্যাগ আৰু কষ্টক সন্মান নকৰি কেৱল অংগনৱাদী কৰ্মীসকলক ইয়াৰ কৃতিত্ব জাপি দিয়াটো আশা কৰ্মীসকলৰ প্ৰতি চৰম অমানৱীয়তা আৰু অসৌজন্যতা প্রদর্শন কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Previous Post

নিউজ বুলেটিন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক

শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক

গৰাকীৰ গাফিলতিত মহানগৰীত অসুৰক্ষিত ছাত্ৰ-ছাত্ৰী, চিটিবাছৰ যাত্ৰী

গৰাকীৰ গাফিলতিত মহানগৰীত অসুৰক্ষিত ছাত্ৰ-ছাত্ৰী, চিটিবাছৰ যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8