• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মা

আই এ এন এছ-চি ভোটাৰৰ সমীক্ষা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 21, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ
Share on FacebookShare on Twitter

 

আইএএনএছ-চি ভোটাৰৰ সমীক্ষাত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে, ২০২১ চনৰ মে মাহত বিধানসভা নিৰ্বাচনত জয়ী হোৱা ৰাজ্যিক মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অসমৰ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে মূল্যাঙ্কন কৰা হৈছে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ পিছত যোৱা ১২ মাহ ধৰি দৈনিক ভিত্তিত এই জৰীপটো অনুষ্ঠিত কৰা হৈছিল। শেহতীয়া সমীক্ষা অনুসৰি চাৰিখন ৰাজ্য (পশ্চিম বংগ, কেৰালা, অসম, তামিলনাডু) আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল (পুডুচেৰী)ৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত শীৰ্ষস্থানলৈ উঠিছে ড০ হিমন্ত বিশ্ব শৰ্মা।

সমীক্ষাৰ সময়ত, উত্তৰদাতাসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক স্থান দিবলৈ কোৱা হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আছে। অসমৰ ৪৩ শতাংশতকৈও অধিক উত্তৰদাতাই কৈছিল যে, তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট।

উল্লেখ্য যে, ২০১৫ চনত বিজেপিত যোগদান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

Previous Post

গ্ৰেচমাৰ্ক প্ৰাপ্ত সহস্ৰাধিক টেট শিক্ষকৰ যাব চাকৰি! উচ্চ ন্যায়ালয়ৰ ৰায়

Next Post

আপোনাৰ ছালখনে ৰ’দত জ্বলি ৰং হেৰুৱাইছে নেকি? এতিয়া সমাধান আহি গ’ল!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আপোনাৰ ছালখনে ৰ’দত জ্বলি ৰং হেৰুৱাইছে নেকি? এতিয়া সমাধান আহি গ’ল!

আপোনাৰ ছালখনে ৰ'দত জ্বলি ৰং হেৰুৱাইছে নেকি? এতিয়া সমাধান আহি গ'ল!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

কুটুবমিনাৰ খনন কৰা নহয়ঃ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কে ৰেড্ডী

কুটুবমিনাৰ খনন কৰা নহয়ঃ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কে ৰেড্ডী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8