• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি আস্থা ভোটৰ সন্মুখীন হব লাগিব একনাথ সিন্দেই

নিউজ ডেস্ক by নিউজ ডেস্ক
July 3, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে একনাথ সিন্দেয়ে
Share on FacebookShare on Twitter

উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সফলতাৰে নেতৃত্ব দি উৎখাত কৰাৰ পিছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে আজি আন এক পৰীক্ষাৰ সন্মুখীন হ’ব। সোমবাৰে মহাৰাষ্ট্ৰৰ বিধান সভাত আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব একনাথ সিন্দেই। দেওবাৰে তেওঁৰ প্ৰথম পৰীক্ষা আছিল। বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশনত বিজেপিৰ ৰাহুল নাৰ্ভেকাৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাটো সিন্দেৰ ডাঙৰ জয়লাভ আছিল।

একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা-বিজেপি চৰকাৰে বিশেষ বিধানসভা অধিৱেশনৰ আজি অৰ্থাৎ দ্বিতীয় দিনা আস্থা ভোটৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে অৱশ্যে একনাথ সিন্দে নেতৃত্বাধীন ফৈদে বিধানসভাত নাৰভেকাৰক অধ্যক্ষৰূপে বিজয়ী কৰোৱাত সফল হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে সমৰ্থিত প্ৰাৰ্থী ৰাজন ছালৱী আছিল নাৰভেকাৰৰ বিৰুদ্ধে। প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নাৰ্ভেকাৰ হৈছে দেশৰ সৰ্বকনিষ্ঠ বিধানসভাৰ অধ্যক্ষ।

অৱশ্যে বিদ্ৰোহী ৩৯গৰাকী শিৱ সেনা বিধায়কৰ সৈতে সিন্দে শিবিৰত ইতিমধ্যে ১৭০ জনৰো অধিক বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰি আহিছে একনাথ সিন্দেই।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ বান সাহায্য বিতৰণ

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ বান সাহায্য বিতৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ বান সাহায্য বিতৰণ

অসম পালেহি অমিত শ্বাহঃ কেইবাটাও কাৰ্যসূচীত কৰিব অংশগ্ৰহণ

পৰৱৰ্তী ৪০ বছৰ ভাৰতত বিজেপিৰ যুগ চলিবঃ অমিত শ্বাহ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8