• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী, আজি সন্ধিয়া ল’ব শপত!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 30, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
কামাখ্যা মাৰ আৰ্শীবাদ লৈ গোৱা ভ্ৰমণ একনাথ সিন্দে বাহিনীৰ! সমাপ্ত হ’ব বিসম্বাদ!
Share on FacebookShare on Twitter

আজি সন্ধিয়া একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব।

বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনবিছে কয় যে, মহাৰাষ্ট্রৰ জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপিৰ সংখ্যাগৰিষ্ঠ আছিল।  বিজেপি–শিৱসেনাই মিত্ৰজোঁট হৈ নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে। ফাৰনবিছে লগতে কয়, মহাৰাষ্ট্রৰ ইতিহাসত প্ৰথমবাৰলৈ এনেকুৱা হৈছে যে চৰকাৰৰ দুগৰাকী মন্ত্ৰী জে’লত আছে। ইয়াৰ পূৰ্বে কেতিয়াও এনে হোৱা নাছিল। বালাছাহেবে সদায় ডাউদ ইব্ৰাহিমৰ বিৰোধিতা কৰিছিল, কিন্তু উদ্ধৱ থাকৰেৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ডাউদৰ সৈতে সম্পৰ্ক আছিল। জে’ললৈ যোৱাৰ পিছতো তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰোৱা নাছিল। এয়া বালাছাহেবৰ অপমান।

একনাথ সিন্দেই কয় যে, মহাৰাষ্ট্রৰ বিকাশৰ বাবে আমি একলগে আহিছো। আমি মহাবিকাশ অঘাৰী চৰকাৰত কাম কৰাত সমস্যা পাইছিলো। এই সন্দৰ্ভত আমি উদ্ধৱ থাকৰেক কৈছিলো। আমি নিজৰ পক্ষ বুজাবলৈ চেষ্টা কৰিছিলো। বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁট আছিল। আমি বালাছাহেব থাকৰেৰ ভাৱনাক লৈ আগবঢ়াত চৰকাৰৰ ফালৰ পৰা শেষত হিন্দুত্বক লৈ কিছু সিদ্ধান্ত লোৱা হয়।

Previous Post

মণিপুৰত ভূমিস্খলনঃ ২ গৰাকী নিহত, সন্ধানহীন ২০ গৰাকী

Next Post

সাহায্য শিবিৰত থকা বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা!

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

সাহায্য শিবিৰত থকা বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা!

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে একনাথ সিন্দেয়ে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে একনাথ সিন্দেয়ে

৪ জুলাইত কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ জৰুৰী বৈঠক

৪ জুলাইত কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ জৰুৰী বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8